পৃষ্ঠা:তত্ত্ব আৰু তথ্য.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমৰ শিলৰ ফলি। ৪৯ বজাৰ নাম মন্দিৰ বা ঠাইৰ নাম আৰু শকাব্দ প্ৰমত্তসিংহ। শুঐেশ্বৰ ১৬৬৬ জনাৰ্দন ১৬১৬ ৰাসলীলা (মাধব মন্দিৰ) ১৬৭২ কামাখ্যা (শিলঘাট) ১৬৬৭ বাজেশ্বৰসিংহ কেদাৰ ১৬৭৩ ৰূদ্ৰেশ্বৰ ১৬৭৪ নবগ্ৰহ ১৬৭৪ বশিষ্ঠাশ্ৰম ১৬৮৬. উমানন্দৰ খটখটিৰ পাহাৰৰ গাত ১৬৮৫ সিদ্ধেশ্বৰ ১৬৮৪ লক্ষনসিংহ হিলেশ্বৰ কমলেশ্বৰসিংহ মঙ্গলচণ্ডী, বাধাকৃষ্ণ, শিব ১৭২১ কোচৰাজ শুক্লদেৱ গুৱাহাটীৰ কামাখ্যা মন্দিৰ ১৪৮৭ শিলৰ ফলবোৰ সচৰাচৰ সংস্কৃত লিখা। ওপৰত উল্লেখ কৰা ফলিবোৰৰ ভিতৰত মুঠতে চাৰিখনহে অসমীয়াত লিখা। সংস্কৃতীয়া ফলিবোৰৰ আৰম্ভণতে শ্ৰীৰাম স্বস্তি বা ওঁ শব্দ ব্যবহাৰ আছে। কিন্তু অসমীয়া কলিত তেনে শব্দব প্ৰয়োগ নাই। চামধৰাগড়ৰ তাসমীয়া ১৬৯১ 1 8