পৃষ্ঠা:ঢৌ.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰাপাট


মই বেচোঁ তোৰ ওচৰত সমস্ত দুখ
কবিতা
এই ৰাতি কিয় কন্দুৱাইছ মোক


 ঢৌৰ সৰহখিনি কবিতা ইতিপূৰ্বে প্ৰান্তিক, সাতসৰী পাৰিজাত, গৰিমা, সম্ভাৰ, দেওবৰীয়া চ’ৰা, জনমভূমি আদি বিভিন্ন কাকত – আলোচনীত প্ৰকাশিত। সংকলন কৰাৰ সময়ত দুই – এটি কবিতাৰ পূৰ্বৰ সাজটোৰ সাল-সলনি হৈছে। সময়ৰ জোখেৰে কবিতাসমূহ যোৱা ছটা বছৰৰ ফচল।

 মোৰ প্ৰথম কাব্য সংকলন ‘তটিনী তীৰৰ খেলা’ৰ অনুৰূপ ইয়াৰ কবিতাবোৰো হাতে লিখি উলিয়াইছোঁ। পাঠক সমাজে আদৰি ল’লে উৎসাহিত হ’ম।

 ‘শিল্প প্ৰকাম্পন’ৰ সকলোলৈকে ধন্যবাদেৰে,


ৰাজীৱ বৰা
নাজিৰা মহাবিদ্যালয়।