এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ডেকা গাভৰূৰ
লক্ষণ চৰিত্ৰ।
⸺:0:⸺
শ্ৰীদিবাকৰ দুৱৰাৰ দ্বাৰা সংগৃহীত।
শ্ৰীনকুলচন্দ্ৰ শৰ্ম্মা উপাধ্যাযৰ দ্বাৰা।
সংশোধিত।
তৃতীয় তাঙ্গৰণ সম্পাদিত আৰু পৰিবৰ্দ্ধিত।
শ্ৰীশিবনাথ ভট্টাচাৰ্য্য দ্বাৰা
প্ৰকাশিত।
ডিব্ৰুগৰ।
আসাম ৰিহাবাৰি
গৌৰা শঙ্কৰ যন্ত্ৰত
শ্ৰীৰত্নেশ্বৰ চক্ৰবৰ্ত্তী দ্বাৰা ছপা হ’ল
১৯০৯ সন।
⸺:⸺
সমুদায় স্বত্ব কেবল প্ৰকাশকৰ।
All rights reserved.
বেচ ।৹ চাৰি অনা মাথোন।