পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

অসমীয়া জাতীয় কাব্যমালা

পানীমিঠৈ

বা

সাঁথৰমালা

শ্ৰীডিম্বেশ্বৰ নেওগ

সংগৃহীত আৰু সম্পাদিত


“কৰতল কমল কমলদল নয়ন।
ভৱদৱ দহন গহন বন শয়ন॥
নপৰ নপৰ পৰ সতৰত গময়।
সভয় মভয় ভয় মমহৰ সততয়।
খৰতৰ বৰশৰ হত দশ বদন।
খগচৰ নগধৰ ফণধৰ শয়ন॥
জগদঘ মপহৰ ভৱ ভয় তৰণ৷
পৰপদ লয়কৰ কমলজ নয়ন॥’’

শ্ৰীশঙ্কৰদেৱ

⸺⸺