এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৶৹
মুক্তকণ্ঠেৰে তেঁওৰ শলাগ ল'লোঁ। তেঁও এই পুথিৰ বিষয়ে যি মত প্ৰকাশ কৰিলে, তাক তলত দিয়া গ'ল। ইতি।
শক ১৮০৭, আষাঢ়। |
" So far as my short examination allowed me, I corrected a few spellings, which were either printing mistakes or blunders of the author. The book, as the author professes, is no doubt suitable to those students who are junior to the students of the Part I of “ Hitakatha." I can guarantee that this little book will render much help in educating the juvenile intellect.
1806. |
তৃতীয়বাৰৰ বিজ্ঞাপন।
এই পুথি পঢ়াশালীত প্রচলিত হোৱাত অধিক পুথিৰ প্ৰয়োজন হেতু তৃতীয়বাৰ মুদ্ৰিত কৰা গ'ল ৷
শক ১৮০৯। |