সমললৈ যাওক

পৃষ্ঠা:জ্ঞানাঙ্কুৰ.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 2 ] মূর্খ পণ্ডিত । পাছ কোনো এক ৰজাৰ সভাত এজন সভাসদ আছিল ৰ তেঁওর পুতেকক বাৰ বছৰ বিদেশত থৈ, অতি যত্নেনে জ্যোতিষ বিদ্যা অধ্যয়ন কৰালে। পাছে সেই ল' পঢ়ি, শুনি ঘৰলৈ আহিল ৷ বাপেকে ৰজাৰে চিনাৰপ কৰিবৰ মনেৰে, ৰজাৰ আগত পুতেকৰ কথা ক'লেে ৰজাই পুতেকক সভালৈ আহিবলৈ আজ্ঞা দিলে । দিনা সভাসদে হাতত পুথি পাঁজি দি, পুতেকক ৰজাৰ সভালৈ লৈ গ'ল। ৰজাই নবাগত পণ্ডিতৰ বিদ্যা পৰীক্ষ| কৰিবৰ মনেৰে, হাতত এটা সোণৰ আঙ্গঠি মুি মাৰি লৈ, “মোৰ মুঠিত কি আছে” বুলি শুধিলে পণ্ডিতে পুথি মেলি. ফলি, · ফলিগুটি · লৈ গণিবৈ ধৰিলে । গণি-পঢ়ি এটাই ক'লে, “হে মহাৰাজঁ আপো নাৰ হাতত এটি ধাতু নির্ম্মিত বস্তু আছে।” পাে আকৌ ৰজাই “কি আকাৰৰ কেনে বস্তু আছে” বুলি শোধাত, পুনৰ গণি-পঢ়ি ক'লে, “বস্তুটি ঘুৰণীয়া, তাবে মাজ খন শূন্য।” ৰজাই তিমানতো প্ৰকাশ নকৰি ল শুধিলে, “সেই বস্তুটোৰ কি নাম ?” তেতিয়া পণ্ডিতের পুথি এফলিয়াকৈ থৈ নিজৰ বুদ্ধিৰে ভাবি ক'লে, “রে মহাৰাজ ! আপোনাৰ হাতত এখন ঝাঁত আছে। পণ্ডিতৰ এই কথা শুনি সভাৰ সকলো মানুহে গিনি