সমললৈ যাওক

পৃষ্ঠা:জ্ঞানাঙ্কুৰ.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 20 ] ভাবি সেই গাঁততে সোমাই থাকিল। সাঁজলাগিলত সেই গাঁতৰ গিৰিহত শিয়াল আহি গাঁতৰ মুখত সিংহৰ খো ে দেখি ভাবিলে, ইয়াত অবশ্য সিংহ সোমাই আছে, গতিবে গিৰিশকৰে ভিতৰলৈ সোমাৱা যুগুত নহয়, ইয়াৰ পৰীক্ষণ কৰে।। ইয়াকে খেলাই গাঁতক সম্বোধন কৰি মাতিঃ বলৈ ধৰিলে। কেইবা এষাৰে৷ মতাত গাঁতে নমুত- দেখি ক'লে, “আজি দেখোন গাঁত ! তই নেমাত ? নেলাগে মাতিব ম‍ই তিমান কাবৌ কৰা ভকত নহওঁ। আন গাঁত কিবা নাইকিয়া হৈছেনে ?” শিয়ালে বিলাক কথা কোৱা শুনি, সিংহই বিবেচনা কৰিলে, ইয়া এই গাঁতে অৱশ্য মাতে। আজি মই সোমাই থকা দেখি ভয় খাই মতা নাই ৷ এতেকে মইয়ে মাত লগাই ত বিশ্বাস জন্মাওঁ । সি সোমাই সিংহই গাঁতৰ হৈ মাত লগালে । মাত বুজি পলাই লৰ মাৰিলে । আহক। ইয়াকে ভা তেতিয়া শিয়ালে সিংহ C ইয়ার তাৎপর্য্য এই—যে বুদ্ধিমানে সদাই সাৱধান হৈ চি অনাগত অনিষ্টৰ প্ৰতিকাৰ কৰি ফুৰে, আৰু সুখেৰে কাল যাগ কৰে ; যি তাকে নকৰে, সি কষ্ট পায় । মহ আৰু সিংহ । এক সিংহে কোনো এক বনত তাৰে কোনো খু দিওঁতা নাই বুলি গৰ্জ্জি আছিল। এনেতে এটা ম