সমললৈ যাওক

পৃষ্ঠা:জ্ঞানাঙ্কুৰ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৷৵৹

নবম বাৰৰ বিজ্ঞাপন।

 মাননীয় শ্রীল শ্রীযুক্ত চিফ কমিশ্যনৰ সাহাব বাহাদুৰৰ আজ্ঞা মতে এই পুথিখনি নিম্নপাইমেৰি পঢ়াশালীৰ পাঠ্য নিদ্দিষ্ট হোৱাত ইয়াৰ পুনঃ মুদ্রাঙ্কণ আৱশ্যক হ'ল। ইয়াত এইবাৰ একো লৰচৰ কৰা নহল। ইতি।

ডিব্ৰুগড়,
শক ১৮২৫
১৫ই আশ্বিন।
শ্ৰীপূৰ্ণকান্ত শৰ্ম্মা।