এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৷৴৹
সপ্তমবাৰৰ বিজ্ঞাপন।
এইবার এই পুথিত ভালেখিনি লৰচৰ হৈছে। ই শ্ৰীযুক্ত হেমচন্দ্ৰ গোস্বামী মহোদয়েৰ স্বদেশ অনুৰাগৰ চিন মাথোন। তেঁও এই পুথিখনি এবাৰ আদ্যোপান্ত পঢ়ি ভালেমান ভ্ৰম প্ৰমাদ দেখুৱালে, সেই-বাবে অন্তৰে সৈতে তেঁওৰ শলাগ ললোঁ আৰু তেঁও যি মত প্ৰকাশ কৰিলে তাকো তলত দিলোঁ। ইতি।
অপৰ আসাম। ১ জ্যৈষ্ঠ, শক ১৮১৯। |
I have carefully gone though this little book by Srijut Purna Kanta Sarma and have made a few verbal alterations at the request of the author. I am happy to observe that the lessons are selected with taste and judgment, and they will admirably suit the capacities of young boys and girls.
10-5-97. |
অষ্টমবাৰৰ বিজ্ঞাপন।
{gap}}এই পুথি সাধাৰণৰ ওচৰত আশানুৰূপ আদৰণীয়হৈ পঢ়াশালীত বহুল প্ৰচাৰ হোৱাত ইয়াক অষ্টমবাৰ মুদ্ৰিত কৰিলো। এইবাৰ আখৰ বিলাক মাত্ৰ ডাঙ্গৰ কৰিলো। ইতি।
শক ১৮২২, ৯ শ্ৰাবণ। |