সমললৈ যাওক

পৃষ্ঠা:জোনাকী.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

he avert” চি জোনাকী |,

=== a 12589.

‘স্লোনাক পঘিলে গাত মহাপুৰুষৰ নানপী জীৱন হৰ অলৰ-অমৰ |

স্বৰ্গদেৱ গদাধৰসিংহ ।

১৫৭০ শকাবাৰ বছৰচেৰেকৰ পূৰ্ব্বে আহোম ৰাজ-লক্ষ্মীৰ ক্ষপালৰ তিলক মহাবাজ গদাধবসিংহ স্বৰ্গদেৱৰ জন্ম হয়। তেওঁৰ দেউভাক গোধৰ কোৱঁৰ বৰ বিজ্ঞ আৰ্ধ সাংসাৰিক কাধ্যভ সুনিপুণ পুৰুষ আছিল; সেই গতিকে তেওঁৰ সম্থানসকলক সৰুৰে al নৈতিক বল Oe বাহুবল ছযোৌপিনে বিচক্ষণ কৰি- তুলিব পাৰিছিল | লবা কালৰে পৰা গদাকোৱঁৰে তেওঁৰ অসাধাৰণ ঘল-বীৰ্ধ্যৰ চিনাকি দিছিল $ তেওঁৰ সাহসিক কাধ্যকলাপ দেখি তুংখুঙ্গৰ প্রজাবিলাকে আচৰিত মানিছিল | দহ-বাৰ বছৰ বয়লতে তেওঁ হাতীত উঠি চিকাৰ কৰিব পাৰিছিল, আৰু বাঘ Hel আৰু আন ৰীৰোচিত কাৰ্য্যত যোগ দিছিল। সেই কুনলীয়|,বয়লতে তেওঁৰ গাত Shams মহত্বৰ লক্ষণ সম্পূৰ্ণৰূপে ফুলি উঠিছিল; সৰুৰে পৰা তেওঁ অত্যাচাৰী মানুহৰ প্রতি Ae আৰু দুখীয়া-নিছলা ৰুগীয়। মানুহক পুতৌ কৰিছিল।

mie |] 39.849,