ae জোনাকী ।
চিন্তাৰ গতিতকৈ কৰ্ত্তব্যৰ গতি সোনকালে নির্ণয় কৰি সেই উদ্দেশ্যে কাম কৰা ইত্যাদি যিবিলাক গুণ জননায়কৰ থাকিব লাগে সকলে| খিনি ছাৰ আশুতোষৰ গাত লম্ভিছিল। ৰামায়ণ বুলিলে যি দৰে ৰামলৈ মনত পৰে, সেইদৰে কলিকত৷ বিশ্ববিদ্যালয় বুলিলে ছাৰ আশুতোষলৈ স্বাভাৱিকতে সকলোৰে মনত পৰিছিল। বিশ্ব- বিদ্যালয়ৰ নিজীৱ প্রাণ ছাৰ আশুতোষৰ সতেজ সজীৱ প্রাণৰ লগত মিলি এটা পৰম ক্ষমতারন্ত অপাধিৱ শক্তিব সৃষ্টি হৈছিল। ছাৰ আশুতোষ অতি অলপ কালৰ ভিতৰতে বিশ্ববিদ্যালয়ৰ অববনিয়ন্ত। গুৰিয়াল হল। তাৰ উন্নতিৰ কল্পে তেওঁৰ উৎকট পৰিশ্রম, একান্তিক আগ্ৰহ দেখি তেওঁক গুৰিয়াল বুলি স্বীকাৰ কৰিবলৈ কোনেও অলপো Fee নহৈছিল ৷ বিশ্ববিদ্যালয়ৰ প্রত্যেক কাধ্যাৱলীতে তেওঁৰ হাত আছিল। তেওঁ যেতিয়| ভাইছ-চেঞ্চেলাৰ নাছিল তেতিয়াও ছাৰ আশুতোষ বিশ্ববিদ্যালয়ৰ arene আছিল। কলিকতা ইউনিভাছিটিৰ ওপৰত তেওঁ যি আধিপত্য বিস্তাৰ কৰিছিল মহাপবাক্রমী আক্বৰে আৰু আওৰংজেব বাদশ্যাহেও মোগল সাম্ৰাজ্যত তেনে আধিপত্য বিস্তাৰ কৰিব পৰা নাছিল। এই একছত্র আধিপত্য নিজৰ স্থুবিধাৰ কাৰণে তেওঁ কাচিতো ব্যৱহাৰ কৰা নাছিল; তেওঁৰ জীৱনৰ লক্ষ্য আছিল, ছাত্র সমাজৰ উন্নতি, দেশত শিক্ষা বিস্তাৰ আৰু ভাৰতৰ প্রাচীন ৰক্কৰাজিৰ পুনৰ উদ্ধাৰ | কলিকত৷| বিশ্ববিদ্যালয় আৰু ছাত্র-সনাজৰ কাৰণে ছাৰ আশ্ডিভোবে কি কৰিছিল তাৰ কথা বিস্াৰিত ভাৱে আলোচন।