সমললৈ যাওক

পৃষ্ঠা:জোনাকী.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চাৰ গুৰুদাল বন্ম্যোপধ্যায়।

বহিলে" ৷ ভাবিলে", এই হেন মহাপুৰুষৰ লগত একে বাহনত যোরাটোরেই আমাৰ নিচিনা ক্ষুদ্ৰ প্ৰাণীৰ পক্ষ ধুষ্টত৷, তাৰ উপৰি একে শাৰীতে বহি শাৰী পূৰাই যোরাটো আমাৰ পক্ষে নিতান্ত দান্ভিকতাৰ কাৰ্য্য হব । কিন্তু তেখেতে আমাৰ সঙ্কোচ ভাব ভালকৈ বুজি পাই মোক কথা কবৰ সুবিধাৰ কাৰণে তেখেতে বহা আসনৰ ওচৰলৈ টানি নি বহুৱালে, আৰু গাড়ী এৰি দিয়াত তেখেতে আনন্দৰামৰ কাহিনী কবলৈ ধৰিলে। পোনতে তেখেতে বৰ

" আক্ষেক কৰিলে বোলে আনন্দৰামৰ জীৱন চৰিত এতিয়ালৈকে

আমাৰ ভাষাত ওলোৱা নাই। তেখেতৰ প্রিয় ছাত্ৰ আনন্দৰাম বৰুৱাৰ বিষয়ে যিবোৰ কথা৷ জানিব পাৰিলে| সেইবোৰ কথা আনন্দৰাম ৰৰুৱাৰ জীৱনী সংকলনত যে অমূল্য সম্বল হৈছে তাক কোঁৱা বাহুল্য মাথোন । আনন্দবামৰ কথা৷ পাতি এইদৰে কিছু দূৰ যোৱাৰ পিছত আমি মাহাৰাট। কেনেল পাৰ হলে| ৷ তেতিয়া গধূলি হৈ আহিছিল, চাৰ গুৰুদাসে কলে, “চলুন, আপনাদেৰ বাসাৰ মোড় পধ্যত্ত আপনাদিগকে পৌছাইয়া দিয়া আসি। তেখেতৰ বিনয়ৰ দৃষ্টান্ত মই অভিভূত হলো] । মই কলে” “না, আমবাও নাইয় আপনাৰ সঙ্গে সাহিতা পৰিষৎ মন্দিৰ পান্ত গেলাম। পৰিষং মন্দিৰেৰ অভ্যন্তৰ এবং গ্রন্থশালা আমৰা কখনও দেখি নাই |” এই বুলি কই আমি আপাৰ চাকু লাৰ মই মনে মনে ভাবিলে চাৰ গুৰুদাসে

carota যাবলৈ ধৰিলে৷ ৷ বিষায় যিখিনি কথা কলে সেইখিনি faba বৰ

কিন্তু (তখেতে যে মোক এই বোৰ কথা কৈছে, তাৰ

আনন্দৰামৰ বলুমুলীয়া,