‘Sg জোনাকী ।
এখনি ফুলনি, ওচৰতে এটি পুখুৰী, হুৱাৰ মুখত মুৰত ছাপ ৰাচ মৰ৷ আর্দলি বাঁ হাতত বন্দুক সাঙ্গিণ লই থিয় হৈ থকা দাৰোৱানে| নাই। আমি খোটালীটোৰ কেউফালে দেখিলো|, বেৰত হিন্দু দেৱ-দেৱীৰ ছবি আকা আছে। মাজত জালৰ লন ৷ এই মহাপুৰুষৰ হিন্দ ধৰ্ম্মৰ ওপৰত নিষ্ঠা দেখি আমি ভক্তি-বিহ্বল হলে৷ ৷ অলপ পৰৰ মূৰত চাহাব ছুজন ওলাই গল, তাৰ অলপ পিছতে
"চাৰ গুৰুদাসৰ জুৰি গাড়ী সাজু হৈ ঘৰৰ পছলিত থিয় হলহি। খন্তেকৰ পিছত চাৰ গুৰুদাসে সাজ পাৰ পিন্ধি ওপৰ মহলাৰপৰা ' চিৰ্বিয়ে দি নামি আমাৰ ওচৰ পালেহি । আমি তেখেতক দেখা পাই প্রণাম কৰিলে। ।--তেখেতে কলে, “অ, আপনাৰ| এয়েছেন আমি এই মাত্র বঙ্গীয় সাহিত্য পৰিষৎ হইতে একখানা বিশেষ জৰুৰী পত্র পাইয়াছি | দীনেশ বাবু, ৰামেন্দ্র বাবু, আমাৰ জন্য অপেক্ষা কৰিতেছেন |” আমি ভাবিলে"), তেখেতক আৰু বিৰক্ত কৰা উচিত নহয়। গাড়ী সাজু হৈ আছে, সাহিতা পৰিবং মন্দিৰলৈ তেখেতক যাবলৈ দিয়াই বিধেয়। সেইদেখি eral, “আমৰা তা হলে আৰ এক দিন আসব” কিন্তু তেখেতে কলে, “না, ত| তৰে না, AIGA, এত কণ্ঠ কৰে এতদূৰ ৰাস্তা এয়েছেন, আস্গুন আমৰ| গাৰীতে গপ্প কৰে বাব ।” বাস্তবিক মহাত্মাৰ কি মাহাত্মা। আমাৰ নিচিন| দুটা ক্ষুদ্ৰ ডাত্ৰক তেখেতে বিমুখ কৰি পঠিয়াবলৈকো বেয়া পালে ।
_ চাৰ পগুৰুদাসৰ গাড়াখনৰ ভিতৰত দুফালে দুখন আসন।
তেখেতে গে এখনত বহিল, আমি গৈ সন্চোচেৰে সন্মুখৰ খনত
০০ ৮,