সমললৈ যাওক

পৃষ্ঠা:জোনাকী.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চাঁৰ গুৰুদাম বন্য্যোপাধ্যায়। Wd

যা মনে আছে আমাকে যদি সে সব কথ| বলেন তাহলে বৰই কৃতাৰ্থ হইব” এই বুলি কোৱাত চাৰ গুকদাসে কলে, “তাহাৰ সঙ্গে আমাৰ বেশ জান! শোনা ছিল। আনন্দৰাম বৰুৱা, দে আমাৰ ছাত্র ছিল।” এইবুলি কৈ তেখেক মোক নাৰিকেলডাঙ্গা ঘৰলৈ মাতিলে, আৰু তাত আনন্দৰামৰ বিষয়ে সকলে| কম বুলি কলে। মই তাৰ পিছ দিন৷ আবেলি চাৰি বজাত তেখেতৰ নিজ ঘৰত দেখা কৰিম বুলি কই সেই দিনাৰ কাৰণে প্রণাম কৰি বিদায় ’ললে'। কলিকতাৰ আমি থকা ইডেন্‌ হিন্দু হোষ্টেলৰ পৰা আটে মাইল মান দুৰত নাৰিকেলডাঙ্গ।। কলিকতাৰ সীমান্তত থকা মাহাৰাট| কেনেল পাৰ CATAL তেখেতৰ ঘৰ পাবলৈ আৰু ১॥ মাইল মান থাকে। বাট দূৰৈৰ কাৰণে মই মোৰ এজন সহপাঠী বঙ্গালী বন্ধু Bye পূৰ্ণচন্দ্ৰ মিত্ৰক (এমএ) লগত ললে৷ | তেরে | চাৰ গুৰুদাসৰ দর্শন পাম বুলি মহা উলাহেৰে মোৰ লগত ওলাল | আবেলি চাৰি মান বজাত আমি গৈ নাৰিকেলডাঙ্গাৰ ১৯ নং যষ্ঠীতল| ৰোডত থকা চাৰ গুৰুদাসৰ ঘৰ পালেগৈ আমি গৈ ঘৰৰ বন কৰা মানুহ এটাক চাৰ গুকদাসৰ কথা সোধাত পি কলে বোলে চাৰ গুৰুদাসে ওপৰ মহলাত কোনোবা এজন চাহাবেৰে কথা গাতিছে। গতিকে আমি আহিছোঁ৷ বুলি তেখতলৈ খবৰ পঠিয়াই তেওঁক বিৰক্ত কৰিবলৈ আমাৰ আৰু তি নজন্মিল | আমি তলৰ মহুলাতে এখন বেঞ্চত বহি পৰিলে ৷ gta গুৰুদাসৰ ঘৰটি একেবাৰে হিন্দু ধৰণৰ, ঘৰৰ আগতে

in]