নিজলৈ কাণি ভাৰী মচ
টার গুৰুদাস বন্যযোপধ্যার। সন
ন rs vie পৰীক্ষাত বিশ্ববিদ্যালয়ৰ ট ৰে | কিন্তু বিশেষ দুৰ্ভাগ্যৰ কথা,
গৈ তাত পঢ়িবলৈ যোৱা কাৰণেই হোক বা! আন কাৰণেই হোক, মোৰ সহপাঠী অচিনাকী বঙ্গবাসী বন্ধুসকলৰ মাজত চণ্ডীদাসে মোক বিশেষ মৰমৰ চকুৰে চাইছিল। সেই সময়ত জে, এন, গুপ্ত আই-চি এচে স্বৰ্গীয় ৰমেশচন্দ্ৰ দদ্ধৰ এখনি aq চৰিত উলিয়ায়। সেই গ্রন্থত লিখা, আছিল, ৰমেশচন্দ্রই ১৮৬৫ চনত প্ৰেচিডেন্সী ফলেজৰ প্রথম বাধিত শ্রেণীত পঢ়ে তে শুৰুদাস বন্দ্যোপাধ্যায়ক গুৰুম্বৰূপে লাভ কৰিছিল, আৰু চাৰ গুৰুদাসে দিয়া এখনি ৰমেশচন্দ্ৰৰ চমু প্রতিভা--সমালোচনীও সেই গ্ৰন্থত দিয়া আছিল। ইতিপূর্বে মই এইটো ভালকৈ জানিছিলে যে অসম Ty AMAT বৰুৱা আৰু ৰমেশ দত্ত এফএ ক্লাচত সহপাঠী আছিল। গতিকে চাৰ গুৰুদাসে আনন্দবামকৌ ছাত্ৰৰূপে পাইছিল। সেই সময়তে আনন্দৰাম বন্ধৱাৰ এখনি জীৱন্ চৰিত লিখাৰ বামনা মোৰ অন্তৰত বলিবলৈ wa) যেতিয়া গম পালে৷ পক আছিল, তেতিয়া মই ঠিৰাং
চাৰ গুৰুদাস আনন্দৰামৰ অধ্যা'
কৰিলে৷ এই মহাপুৰুষৰ ওচৰলৈ গৈ তেখেতৰ এজন খ্যাতনামা fans আনিব লাগিব।
পিষ্যৰ বিষয়ে যিমান কথা পৰা যায় উ ৰ এই অথে মই BATA বাবুৰ সহায় ললে৷, আৰু তেওঁৰ আগত ॥ কথ| ভাঙি কলে | BETA বাবুৰ লগত চাৰ গুৰুদামৰ পিতৃদেৱ শ্ৰীষুক্ত Ages
সকলে বিশেষ চিনাকি আছিল, কাৰণ তেওঁৰ