০১৮০১ ১৮০ 4
চাৰ গুকদাম বন্দ্যোপাধ্যায়।
১৯১৮ চনত ভাৰতৰ খষিকুলৰ শেষ অৱতংস গুকদাস বন্দ্যে|- পাধ্যায়ৰ লোকান্তৰ হোৱাত অতীত গৌৰৱ যেন সম্প্ৰতি অস্তমিত Rea | মোৰ এই ক্ষদ্ৰ জীৱনত সেই মহাত্মাৰ লগত ক্ষণিক সঙ্গ নখ লাভ হৈছিল, তাৰ প্রতিধ্বনিয়ে আজিও মোৰ ক্ষুদ্ৰ হৃদয় বিয়াপি বঙ্কাৰিত হব লাগিছে, তাক এই জীৱন থাকে মানে বোধ কৰে| পাহৰ| CAAT |
চাৰ গুৰুদাস বন্দ্যোপাধ্যায়ৰ নাম সৰুৰে পৰা শুনিছিলে। ছাত্র অৱস্থাত শিক্ষক সকলৰ মুখ যি শুনিছিলৌ তাৰ পৰা তেওঁ মোৰ মানস-পটত এজন ধৰ্ম্মপৰায়ণ আৰু সজ চৰিত্র হিন্দুকুলৰ শিৰোমণি পুৰুষ স্বৰূপে ঠাই পাইছিল। গতিকে ১৯১১ চনত গুৱাহাটীৰ কলেজৰ পৰা! “আই-এ” পৰীক্ষাত উঠি কলিকতাত পঢ়িবলৈ যোৱ৷ সংকল্পত তেনে হেন মহাগুৰুষক নিজ চকুৰে দৰ্শন ৰি জীৱন কৃতাৰ্থ কৰাৰ প্রবল ধাউতি আছিল। কলিকতাৰ প্রেচিডেন্দি কলেজত নাম লগাই সেই সংকল্পত গুটি ধৰাবলৈ মই বিশেষ সুবিধা পালে৷ ৷ পোনতে কলিকত| ইউনিভাপিটি ইনষ্টিটিউটৰ সভামণ্ডপত চাৰ গুৰুদাস বন্দ্যোপাধ্যায়ৰ দৰ্শন পালো | সেই দিনা মোৰ জীৱনৰ এটি বহুমূলীয়| দিন বুল | নহয়। এই মহাপুৰুষৰ গাঁত বাহ্যিক আড়ম্বৰ -পাৰ, চলন-ফুযন, একেবাৰে গ্রাচীনগন্থী ত চৌগা-চাপকন-_-আন
কলেও সৰহ কোর একো নাছিল, সাজ সকলৰ নিচিনা ৷ মুৰত ঠাকুৰ Bt, গ'