সমললৈ যাওক

পৃষ্ঠা:জোনাকী.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জারা

মহাস্ম| গোপাল গোখেল। wt

কলিকত| কংগ্রেচতো দীঘল আৰু সাকুৱা মনত fea ১৯১২ চনৰ মাচ্চ মাহত ইম্পিৰিয়েল কাউন্সিলত ভাৰতৰ বাধ্যতামূলক প্রাথমিক শিক্ষা বিষয়ে এখন বিল উলিয়ায়। কাউন্দিলত এই বিল গাছ নহল; কিন্তু বৰ আনন্দৰ fay এই যে ভাৰতৰ কেবা ঠাইতে| আজি কালি বাধ্যতামূলক প্রাথমিক শিক্ষাৰ প্রচলন চৈছে।

ভাৰতৰ চৰ্কাৰী বিষয়ে আলোচনা কৰিবলৈ ১৯১২ চনত “পাবলিক চাভিচ কমিচন” সংগঠিত হয়। গোখেল এই সমিতিৰ সভ্য নিযুক্ত হয় । এই সভাৰ মেন্বৰসকলৰ বছৰি ১৫০০ টকা বানচ দিবৰ ব্যবস্থা হয়; কিন্ত গোখেলে এই দৰমহা গ্রহণ নকৰিলে।

দক্ষিণ আফ্ৰিকাৰ ভাৰতীয় প্রজাই নানান উৎপীড়ন সহ কৰিব লগাত পৰে | তেওঁলোকে মহাত্মা মোহন দাস কৰম চাদ গান্ধীক নেতা পাতি তাৰ বিৰুদ্ধে থিয় হয়৷ নিঃসহায় ভাৰতবাসীৰ প্রতি এনে অত্যাচাৰৰ FA শুনি তাৰ সম্ভেদ লবলৈ গোখেলে নিজে দক্ষিণ আফ্ৰিকালৈ যাত্রা কৰিলে। তাৰ পৰা উভতি আহি তেওঁ সেই অত্যাচাৰৰ প্রকৃত চিত্র ৰজা আক প্রজাৰ আগত মেলিবলৈ ধৰিলে৷

গোখেলৰ এই আন্দোলনৰ ফলত দক্ষিণ আফ্ৰিকাৰ কঠোৰ আইনৰ অনেক প্রকাৰে লাঘৱ হয়।

ইয়াৰ পিছত গুণীৰ গুণ TH TC গৱৰ্ণমেণ্টে তেওঁক ভাৰতৰ _ ই সন্মান গ্রহণ নকৰিলে।

কিন্ত নান| কাৰণত গোখেলে এ

৮০:

ak

10