সমললৈ যাওক

পৃষ্ঠা:জোনাকী.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাত্মা গোপালকৃষ্ণ গোখেল।

মহাত্মা গোপালকুষ্ণ গোখেলৰ জীৱনত ভাৰতীয় আদৰ্শৰ চৰম উন্নতি সাধিত হৈছে। fare) শিশুমতি, অনাডম্বৰ, সৰল, কাধ্যক্ষেত্ৰত সিংহৰ দৰে নিভীক আৰু উদ্যোগী, জীৱনৰ পদে-পদে অতুলন স্বাৰ্থত্যাগৰ জ্বলন্ত পৰাকাষ্টা,__এনে চৰিত্ৰ ভাগ্ম, জনক আৰু দধীচিৰ চৰণ-ৰেণুৰে পবিত্ৰ বেদগীঠ ভাৰতভূমিতহে সম্ভৱ। যি ভাৰতত আজন্মকাল সৰল আৰু সাত্ত্বিক ভাবে জীৱন যাপনৰ লগত উচ্চ চিন্তাৰ অপূবব সমাবেশ হৈ আহিছে, মহত্ব গোখেল সেই অপূৰ্ব সমাবেশৰ স্থমধুৰ দৃষ্টান্ত-স্থলী।৷

মহাৰাষ্ট্ৰ ভূমি চিৰকাল বতুপ্রসরিণী। এই মহাৰাষ্ট্ৰতে শিবাজী, তুকাৰাম, বাজিবাও পভূতিয়ে নিজৰ কাণ্ডি ৰাখি থৈ, গৈছে ;--আৰু বুটিছৰ আমোলতে কাশীনাথ fae COA, বিষ্ণুকুষ্ণ চিপ্লাংকাৰ, মহাদেৱ গোবিন্দ বানাড়ে প্রমুখ্যে মহাত্মা সকলে এই মহাৰাষ্ট্ৰ ভূমিক গৌৰৱ-ভূমিত পৰিণত কৰিছে।

১৮৬৬ IAMS এই মহাৰাষ্ট্ৰৰ এক ব্ৰাহ্মণ পৰিয়ালত গোপাল কুঞ্চ গোখেলৰ জন্ম হয়। তেওঁৰ fag ত-মাতুৰ অৱস্থ৷ ইমান স্বচ্ছল নাছিল। কিন্তু বিধাতাই বাক দহৎ কামৰ নিমিতে Seyi কৰে তাঁক COE এই দৰে দৈন্য-দাৰিদ্ৰাখ মাজতে জন্ম দিয়ে। গোখেলৰ অতি কম বয়সতে পিতৃ-বিয়োগ হয়। তে এৰ ককাইদেরাকে

তেওঁক শিক্ষা দি প্রতিপালন কৰে। sory প্রঠ্টাৰ্দত মাথোন

‘Veni