৫৪ জোনাকী 7
প্ৰেছিডেন্সি কলেজৰগৰ৷ সন্মানেৰে ইংৰাজী সাহিত্যত দ্বিতীয়স্থাঃ অধিকাৰ কৰি এম্-এ পৰীক্ষাত উঠে। তাৰ পাচত চ্ৰকাৰী বৃদ্ধি স্িকৃবি-বিদ্ঠা শিকিবৰ মিমিভে বিলাতলৈ যায়। বিলাতত থকীতে তেও" “ভাবত গীতি” নামে এখন ইংৰাজী কবিভাৰ গুৰি লিখে ৷ বুদ্ধৰ জীৱনচৰিত লিখৌত৷ চাৰ এড়ইন্ আণঁল্ডে এই গ্রন্থৰ বিধায় কৈছিল, “ইয়াত গ্রন্থকাবৰ নাম নথক৷ হলে ify. খনি যে ইংৰাজৰ লিখা নহয় তাক ধৰিব aa) নগলহেতেন | ;, স্বীয় মাইকেল মধুসূদন দত্ত, তক দত্ত, আক মিঃ মনোমোহন ; ঘোৰে ইংৰাজী কাবা লিখি ক্ষণিক খাতি পাইছে সী, কিন্তু ইংৰাজী সাহিত্যত কোনেও স্থায়ী ঠাই লাভ কৰিব পৰা নাই। ইংৰাজ সাহিত্যত এড আগ, গছে তক দত্তৰ ইংৰাজী কবিতাবেৰিৰ পাতনিত তক দত্তৰ প্রতিভাৰ বিষয়ে বৰকৈ শলাগিছে, কিন্তু ব্বৰচিত ইংৰাজী সাহিত্যৰ বুৰঞ্জীত SOAS গছে তৰু দত্তৰ নাম উল্েখকে কৰা নাই | 'ভাৰতবাসীয়ে বিদেশী ভাধাত- কবিতা
লিখি যুগমীয়৷ খ্যাতি লাভ কৰিবলৈ বোৱাটে৷ বষ্টতা মাথোন জানি দ্বিজেন্দলাল ৰায়ে ইংৰাজী ভাষাত কৰি হোৱ৷ আশা এবি দি নিজৰ দুখুনী মাতৃভাষাৰ উন্নতিৰ অৰ্থে জীৱন উছৰ্গিলে | বিলাতত থাকৌতে তেওঁ ইংৰাজী সঙ্গগতবিদ্ঞাৰ অভ্যাস কৰে। স্বদেশলৈ আহি তেওঁ নতুন গান লিখি তাত নতুন ধৰণৰ A দিয়ে;--সেই গানে গোটেই বঙ্গৰাসীৰ মন মোহিত কৰিলে। তেওঁ ইয়াৰ ৰাগ-ৰাগিণা আৰু ইউৰোপৰ ৰাগ- ৰাগিণা দুয়োকো বিষেশ কৰি চাই বাতে কাৰে। ASH ভাব নাথাকে