সমললৈ যাওক

পৃষ্ঠা:জোনাকী.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিষয়ে বক্ত:তা দিয়ে। অধ্যাপক পিস্কেলক পাই কলিকতা বিশ্ব- বিদ্যালয় বাস্তবিকতে বৰ গৌৰৱান্বিত হৈছিল। পিক্ষেলে লর্ড মলিৰ আগত হৰিনাথৰ পৰিচয় দিওঁতে তেওঁৰ পাণ্ডিত্যৰ নথৈ শলাগ AT! এজনী ফৰাচী অধ্যাপকে কৈছিল,-“মই ডেৰকুৰি বছৰ অধ্যাপকী কৰাৰ ভিতৰত, ফ্ৰেন্স ভাষা আৰু সাহিত্যত হৰিনাথৰ দৰে ব্যুৎপত্তি থকা কোনো ছাত্র পোর। নাই ৷” হৰিনাথে তেনকৈ ইউৰোপৰ কেইবাজনো পণ্ডিতৰ পৰ৷ শলাগনী পত্র পায়।

এই অগাধ পাণ্ডিত্য লৈ হবিনাথে সাহিত্য-চষ্চাত ধৰি বহুত গ্রন্থ লিখে ৷ সেইবোৰত তেওঁৰ অসাধাৰণ পাণ্ডিত্যৰ চিনাকি CTR যায় সঁচা কিন্তু, তাতোকৈ ওখ শ্রেণীৰ মৌলিক গ্রন্থ লিখিবলৈ হৰিনাথৰ বিদ্যা আৰু প্রতিভা আছিল। তেওঁ নিজৰ প্রতিভা আৰু পাণ্ডিত্যান্ুযায়া গ্রন্থ লিখিবলৈ আয়োজন কৰেশাতেই নিমৰমিয়াল কালৰ গৰাহত পৰিল। তেওঁ পূর্ণ আয়ুসত ধুকুৱা হলে জগতৰ জ্ঞান আৰু বাঢ়িলহেতেন। তেওঁ fa মহৎ অনুষ্ঠান হাতত লৈছিল, তাক তেওঁ পূৰণ কৰিবলৈ সময় নাপালে। তেওঁ তিব্বতীয় ভাবাৰ পৰা দিগ,নাগৰ স্থায়শস্ত্ৰৰ এন্ত অনুবাদ কৰি কেইবা ছোৱাও ay বিবয়ৰ পত্রিকা এখনত প্রকাশ কৰে। নাগাৰ্জ্জুনৰ মধ্যমিকা দৰ্শনৰ এন্থ সংস্কৃত ভাষাত লিখা হয়; কিন্তু নেই গ্রন্থ আজি কালি লুপ্ত হল। কিন্তু চীনা ভাষাত সেই গ্রন্থৰ অনুবাদ এতিয়াও আছে; হৰিনাথে সেই দৰ্শন-এন্ত্ৰ ইংৰাজী

ভাঙ্গনি উলিয়াই আধ্যসকলৰ লুণ্ড aya উদ্ধাৰ কৰে৷ মৃত্যুৰ

9