সমললৈ যাওক

পৃষ্ঠা:জোনাকী.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হৰিনাথ দে।

১৯১১ বৃষ্টাব্বৰ আগষ্ট মাহৰ ৩০ তাৰিখে পত্তিতপ্রব্ষ সৰ্ব্বভাবৰিশাৰদ মনস্বী হৰিনাথ দে ৩৭ বছৰ বয়সত স্বৰ্গগামী হয়। তেওঁৰ অকাল মৃত্যুত ভাৰতৰ, এনেকি জগতৰ এখন আসন শুন্য হ’ল, তাক পূৰণ কৰা GAT | অকল ভাৰতত নহয় সদৌ _ জগতত তেওঁ এজন ডাঙৰ পণ্ডিত আছিল, তেওঁৰ সদৃশ ভাষাবিদ =

পণ্ডিত BHAT কালেও ভাৰতত ওলোৱ| নাই, আৰু জগততে| অতি. দুল্লভি। হৰিনাথ দেৰ অকল প্রতিভা জগতৰ আদৰণীয় নহয়, ea

জীরনতো৷ তেওঁ আদর্শ পুৰুষ আছিল, চলন ফুবণ কথা বার্তাত তেওঁ বৰ সৰল আছিল, তেওঁৰ হৃদয় কোমল আছিল আক আনৰ দুখ দেখিলে তাক গুচাবলৈ তেওঁ সদায় ব্রতী হৈছিল, তেওঁৰ সহায়ত অসংখ্য নিচলা মাউৰ! ছাত্ৰই পঢ়িব পাবছিল | তেওঁৰ নিচিনা প্রতিভাবান মহাত্ম৷ জগতত অতি বিৰল |

হৰিনাথ দেৰ সংক্ষিপ্ত জীৱনৰ ভিতৰতো আমি পদে-পদে তেওঁৰ অসাধাৰণ প্রতিভাৰ চিনাকি পাওঁ, আৰু মাহাত্ম্যৰ দৃষ্টান্ত দৃষ্টিগোচৰ হয়। fe ভাৰতবর্ব, কি ইউৰোপ সকলো ঠহিতে তেওঁ

\

পণ্ডিতমণ্ডলীৰ অগ্রগণ্য আৰু আদৰণীয় হৈছিল।

FESS বাব ১২ আগষ্ট তাৰিবে হৰিনাথ দেৰ জন্ম হয়। তেওঁৰ পিতৃদেৱ ন্বর্গীর ভূতন|থ দে ৰায় বাহাৰ aay গ্রদেশব এজন নামজলা উকীল অছিল। হৰিনাথৰ মাভুদেকীত স্তৃশিদ্মিতা, তেওঁ

উস...