সমললৈ যাওক

পৃষ্ঠা:জোনাকী.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাণিকচন্দ্ৰ বৰুৱা৷ |

স্বৰ্গীয় মিঃ মাণিকচন্দ্ৰ বৰুৱা আৰু ৰায় বাহাতুৰ জগন্নাথ বৰুৱাই যি আদৰ্শ সংসাৰত থাপি গল, সি অসমীয়াৰ বন লাগতিয়াল অসমত পছিমীয়া শিক্ষাৰ প্রভার বিস্তাৰৰ cafe কেঁৰাদুপৰ সেই সময়ত তেওঁলোকে ইয়াত জন্ম গ্রহণ কৰি সে সময়ত পাব লগীয়া উচ্চ শিক্ষা লাভ কৰি, স্বাধীন ব্যৱসায়ত মন পুতি দেশৰ কাৰণে জীৱন উছগি দেশবাসীৰ চিৰ কৃতজ্ঞতাৰ ভাগ" হৈছে । >

অনাৰেবল মিঃ মাণিকচন্দ্ৰ বকৱা নগাৰৰ কটালৰ বৰুৱা বশ: পদ্মফুল। তেওঁ ১৮৫১ খৃষ্টাব্দত জন্ম গ্রহণ কৰে তেওঁ ডাঙ্গৰ ককাইদেরাক ৬ দেবনাথ বৰুৱা নগাঁৱৰ পুৰণিগুদাম। অঞ্চলত এজন বৰ ATA মানুহ আছিল | মাণিকচন্দ্ৰৰ মাজু ককাইদেরাক ৬ Boom বৰুৱাই মুঞ্চিপৰ কাম দক্ষতাৰে সো 4 সম্পাদন কৰি ৰজাঘৰৰ পৰা বিশেষ ধন্/বাদৰ পাত্র হৈছিল।

গুৱাহাটা স্কুল আৰু কলেজৰ পৰা ot আৰু এফ-এ পৰীক্ষাত উঠি পোনতে কলিকতাত, তাৰ পাচত পাট্‌ন| কলে মাণিকচন্দ্ৰই বি-এ পঢ়ে। same বৰুৱা মাণিকচন্দ্ৰৰ লৰ| কালৰেপৰা সহপাঠী আছিল। কলিকতাত থাকোঁতে ছুয়ে ANA কৃষ্দাস পালৰ ওচৰলৈ অহাযোৱা কৰি দেশোপকাদ SSS দীক্ষা লয়। আৰু মিঃ পালৰ সাহায)ত অসমৰ হৈ ভাৰতৰ _ গৱৰ্ণৰজেনেৰেল লর্ড at eee অভিনন্দন পত্র দিয়ে। |

|