সমললৈ যাওক

পৃষ্ঠা:জোনাকী.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Boge] বৰুৱা | ৬৭

_আছিল। এই সভাৰ উদ্দেশ্য আছিল অসমত ৰাজনৈতিক আলোচনা শিক্ষা দিয়া । এই সভাৰ মতামত গৱৰ্ণমেণ্টে বৰ মলাবান বুলি মানিছিল।

জগন্নাথ বৰুৱা বৰ উন্নতমনা মান্তহ আছিল। ইংৰাজী, আসমীয়া, বঙ্গালী সকলো মানুহে তেওঁক খাতিৰ আৰু সমাদৰ কৰিছিল। গৱৰ্ণমেণ্টে তেওঁক ৰায় বাহাছুৰ উপাধি দিয়ে, আৰু সম্ৰাট, সপ্তম ণডোৱাডৰ ৰাজ্যাভিষেকত যোগ দিবলৈ তেওঁ নিমন্ত্রণ পাই ১৯০১ চনত বিলাতলৈ যায়। বিলাতত তেওঁ কেবা তাইতো বক্তৃতা দিছিল। তেওঁৰ ইংৰাজী বক্তৃতা শুনি এখন বাতৰি কাকতে লিখিছিল বোলে অতি কম ইংৰাজেহে এনে তেজন্ৰী ভাষাত ae তা দিব পাৰে |

অসম-মাতুৰ বৰ ছুর্ভাগা যে এই হেন WHT পুৰুবে

আথোন ৫৬ বছৰ VAS ইহসংসাৰ ত্যাগ কৰে । ১৯০৭ চনৰ

২১ এপ্রিল তাৰিখে কলিকতা মহানগৰীত তেওঁ পৰলোক-প্রাপ্ত

a |