Bs জোনাকী ।
উপদেশ শুনে, আৰু ১৮৭২ খুষ্টাবত অসমৰ হকে AG নথ; কক,
এখনি অভিনন্দন পত্র দিয়ে ৷
কলিকতাৰ পৰা আহি তেওঁ পোনতে ৩০ একৰ মাটিত চাই খেতি আৰম্ভ কৰে, তাকে বহলাই বহলাই অরশেষত তেওঁ প্রকাণ্ড চাহবাগিচাত পৰিণত কৰেগৈ ৷ বিদেশৰ পৰা ধনৰ আমদানি নহলে কোনো দেশ চহকী হব নোৱাৰে ৷ অসমত চাহৰ খেতি । কৰি কত বিদেশী চহকী হৈছে, চাহ খেতিৰ সাভ্ৰ এক অংশ যদি ৷ অসমীয়াই পায় তেনে হলেই বথেষ্ঠ ৷ জগন্নাথ বৰুৱাই এই কথা } ভালকৈ জ্ঞানিছিল, তেওঁ তাকে ভাবি কেবা ঠাইাতো কেবা খনিও চাহ বাগিছা খোলে ৷ তেওঁৰ আদর্শ লৈ আজি উজনীৰ মানুহে অলপ অব্রস্থাপন্ন হলেই চাহ বাগিছ৷ এখন, বা তাত কোনো অংশ ৰাখিবলৈ প্রাণপণে চেষ্টা কৰিবলৈ ধৰিছে \
ধনৰ উপাজ্জনত সদায় ব্যস্ত হৈ থকা ব্ৰত্রেও জগন্নাথ বৰুৱাই পুথি-পাজিব সঙ্গ নেৰিছিল ৷ সংস্কৃত, ইংৰাজা, অসমীয়া, বঙ্গালী কিতাপ বৰ আগ্রহেবে তেওঁ পঢ়িছিল, আৰু ছুখীয়া পণ্ডিতৰ আথিক সাহায্য কৰি বিভ্যোৎসাহা বুলিও চিনাকি দিছিল। তেওঁৰ পুতেক স্বৰ্গীয় দেবেন্দ্ৰনাথ বৰুৱাও বি্যোংসাহী আছিল।
আগেয়ে আসামত সববসাধাৰণৰ নত বুলি বস্তু abl নাছিল। জগন্নাথ বৰুৱা আৰু মাণিকচন্দ্ৰ বৰুৱাৰ একান্ত যত্নত Ae সাধাৰণৰ মতটো অসমত ভি তয়, ৰাইজেও উমৈহতায়া আন্দোদি, কৰি গৱৰ্ণমেণ্টৰ ওচৰত নিজৰ দুখ-বেজাৰৰ কথা কবলৈ fart! যোৰহাটিন সাব্দজানিক সভাৰ প্ন্তিগাতা আৰু গুৰিয়াল ভরে).
ৰু