SAT বৰুৱা |
স্বৰ্গীয় বায বাহাদুৰ জগন্নাথ বৰুৱাৰ জীৱনত ধাৰাবাহিক কর্ণ পুৰুষৰ পৰোপকাৰী কাধ্যারলীৰ বিৱৰণ পাবলৈ নাই, এইটো সচা। কিন্তু আমি তেওঁক সন্মান সমাদৰ কৰে ; কাৰণ তেওঁ স্বাধীন ব্যৱসায় ধৰি উজনী অঞ্চলত একৰকম অচল| ক্ষমতা আৰু প্রতিপত্তি লাভ কৰি ৰজাঘৰ-প্রজাঘৰ সকলোতে সম্মানৰ আসন পাইছিল আৰু সংসাৰত দহ জনৰ এজন বোলাব পৰিছিল |
১৮৫১ ুষ্টাবাব অক্তোবৰ মাহত জগন্নাথ বৰুৱাৰ জম্ম হয়। তেওৰ পিতাক ৬ হেমধৰ শশ্মী বৰুৱ৷ এজন সংস্কৃতজ্ঞ পণ্ডিত আছিল, তেওঁ চৰ্কাৰৰ তলত সন্মানৰ কাম কৰিছিল। পিতাকে
জগন্নাথক সৰুকালত সংস্কৃত শিক্ষা দিছিল | ১৮৬৮ চনত এন্টেন্স,
পাছ কৰি ১৮৭৩ চনত কলিকতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা৷ জগন্নাথ বৰুৱাই বি-এ পাচ কৰে। অসমীয়াৰ ভিতৰত তেওৰ পুবের মাথোন আনন্দৰাম বুৱাই হে বি-এ পাচ কৰিছে, উজনী, অঞ্চলত জগন্নাথ বঞ্চৱাই AMAT বি-এ হোৱ| গতিকে মানুহে তেওঁক ‘বি-এ বৰুৱা’ ‘বি-এ জগন্নাথ’ বুলিহে চিনি পায়। বি-এ পাঁচ কৰাৰ পাচত বঙ্গদেশৰ গৱৰ্ণমেণ্টে তেওঁক ছাব-ডেপুটী কলেক্তৰৰ কাম যাচে, কিন্তু জগন্নাথে সোদৰপ্রতিম বন্ধু মাণিকচন্দ্ৰৰ দৰে চৰ্কাৰী চাকৰী গ্রহণ নকৰি চাইৰ কাৰবাৰত লাগে। ইতি- পুবেরই তেওঁ দেশপ্ৰেমৰ চিনাকী দি আহিছে। cos আৰু
মাণিকচন্দ্র বৰুৱাই দেশগ্রেমিক বৃষ্ণদাস পালৰ নানান সাক্ষর