আনলাম বৰুৱা | ie | 1 ie |
ইমান সন্মান। [ যিসকল পণ্ডিতে পশ্চিুকুডুলনামূলক আৰু সমালোচনাশীল জিজ্ঞাস৷-প্রবণতাৰ ৰা ভাৰতীয় পাণ্ডিতাৰ জড়ত ভাঙ্গিছিল, তাৰ ভিতৰত আনন্দৰাম বৰুৱা৷ অগ্রগামী ৷ তেওঁ বিশ্রেষণশীল সমালোচন৷-প্রৱৃত্তিৰে সংস্কৃত সাহিত্য অধায়ন কৰিছিল। )
আনন্দৰামৰ লক্্বপ্রথম গ্ৰন্থ “ইংৰাজী-সংস্কৃত অভিধান” ১৮৭৬ চনত প্রকাশিত হয়। চিভিল চাভিচত সোমাবৰে পৰা তেওঁ এই ‘কামত হাত দিয়ে। dew পৰিশ্ৰম আৰু অধ্যৱসায়ৰ গুণত সেই গ্ৰন্থ শেষ হয় । এই অভিধান তিনি খণ্ডত বিভক্ত ৷ দ্বিতীয় খণ্ডত ভূমিকা স্বৰূপে এখনি সংস্কৃত ব্যাকৰণ যোগ কৰা আছে ; তৃতীয় খণ্ডৰ আদিতে “প্রাচীন ভাৰতৰ ভূগোল” Fae এখনি গ্রন্থ সন্নিবেশিত আছে। এই অভিধান খনি আনন্দৰামৰ জীৱনৰ Sifews | ইঞ্জাৰ পিচত জানকাৰাম orcas সৈতে ভরভূভি “মহাবীৰচবিত” ৰ এটি সংস্কৰণ উলিয়ায়। ৰঘুবংশ, ITS, আদি maw কাব্যগ্ৰন্থৰ টাকাৰ লমথ্থিতে কলিকতাৰ বিশ্ববিদ্যালয়ৰ
ত ললঙ আণ্ডাৰ-গ্ৰেজুৱেট -সকলৰ কাৰণে তেওঁ এখন গ্রন্থ ৰচনা কৰে।
১৮৭৮ চনত ভৱভূতিৰ প্ৰতিভাৰ পখ্চিয় দি এখনি স্বন্দৰ সমালেচন৷ মূলক ore প্ৰকাশ কৰে। তাৰ পিচত সংস্কৃত ভাষ৷ আৰু সাহিত্য ু্ানুপুঙ্ঘকৈ আলোচনা কৰিবৰ মনেৰে, ছন্দ, অলঙ্কাৰ, ব্যাকৰণ আদি নান| ভাগত ভগাই আলোচন৷ কৰিবলৈ, ১৮৮১ চনত দু বছৰৰ কাৰণে দীঘলীয়া ছুটি লৈ বিলাতলৈ দ্বিতীয় বান হার
কৰি, তাৰ বুটিছ মিউজিয়ামত থকা সংস্কৃত গ্ন্থারলী আধ্যয়ন