আনন্দৰীম বৰুৱা।
sear BIAS উত্তৰ গুৱাহাটীত মজিন্দাৰ বৰুৱাৰ বংশ আনন্দৰাম বৰুৱাৰ জন্ম হয়। গৰ্গৰাম বকর! সদবাসিন তেওঁৰ ছিল, তেওঁৰ মাতৃ আছিল। সকতে আনন্দবামে ককাইদেৱেক পৰশুৰাম SEAR লগত গুৱাহাটীত থাকি স্থূলত পঢ়ে। WAN জন্মেজয় দাস, স্বগীয় লক্ষ্মীনাৰায়ণ দাস, স্বৰ্গীয় চন্দ্ৰমোহন গোস্বামী প্ৰমুখে; কতবিদা অধ্যাপকসকল . তেওঁৰ শিক্ষক আছিল। সংস্কৃতত ডেওঁব Here ya] বৰ বাপু আছিল | ১৮৬৭ খৃষ্টাব্দৰ ডিচেম্বৰ মাহত &ে পৰা দ্বিতীয় বিভাগত এণ্টেন্স পাচ কৰে। প্রবেশিকা পৰীক্ষাত BSG হৈ আনন্দৰামে কলিকতাৰ | প্ৰেচিডেন্সি কলেহ্রুত নাম লগায়গৈ ৷ তেতিয়াৰ পৰাহে তেওঁৰ | প্রতিভাই বিকাশৰ সুযোগ পায়। তেওঁৰ কুক আছিল ঝধিতুল্য মহাপুৰুষ ছাৰ গুৰুদাস বন্দ্যোপাধ্যায়, আৰু তেওঁৰ সহপাঠী আছিল স্বৰ্গীয় ৰমেশচন্দ্র HE, wily বিহাৰীলাল গুপ্ত, স্বৰ্গীয়
ওঁ গুৱাহাটী ফুলৰ:
কাৰ্ভিকচন্দ্ৰ মিত্ৰ, স্বৰ্গীয় ত্ৰৈলোক্যনাথ ag আদি । আক এবহৰৰ ওপৰত পৰিছিল মনস্বী স্থুৰেন্দ্ৰমাথ ata; আৰু বিচাৰপতি স্বৰ্গীয় সাৰদাচৰণ মিত্ৰ | এনেবোৰ উজ্জল মেধাবী \ CNOA নাজত থাকি আনন্দৰামে নিজ্ঞব অন্তনিহিত শক্তি
ভালকৈ টপলব্ধি কৰিলে আক frie স্সাভাৰিক wy বুদ্ধিৰ |