ৰ জোনাকী ৷
একো বিদ্যা, নপঢ়ি পূৰ্ব্বৰ হোজা স্বভাব এৰি অজ্ঞান আৰু coy স্বভাব লবৰ উপক্ৰম কৰিছা ৷ আমাৰ ইংৰাজ অধিগভিসকল ' কেনে বিদ্যোৎসাহী - সি বিলাকে স্বকীয় বিদ্যা শিকাই বজদেশক সভ্য কৰিছে; তোমালোকক সেইদৰে অনুগ্ৰহ কৰিব খোজে, কিন্তু পশুক মাণিক দিয়াব দৰে তোমালোকে সেই অনুগ্রহ; নোলোৱা, আৰু আপুনি ধন ভাঙ্গিও APT | হায়! হয়! কি আক্ষেপৰ কথা ! হে প্রিয় মিত্ৰসকল | যদি সভ্য, জ্ঞানী আৰু ১, gal হবৰ বাঞ্চ! কৰ'।, cere টোপনিৰ পৰা উঠা ৷ লৰাসকল, তোমালেকে আটায়ে একবাক্য হৈ কাৰে৷ হাক Qefa বিষ্াত চিত্ত: আৰু শক্তি দিয়, যেহেতু ধন আৰু সোণে বিদ্যা দিব নোৱাৰে৷ পিতৃ-মাতৃসকল, আটাই কথাকে কাতি কৰি থোৱ", সন্তানক জ্ঞান গ আজ্জিবলৈ দিয়, কিয়নো সিহঁতে অজ্ঞানী হৈ যি পাপ কাৰ ভাৰ 7
দোষে তোমালোকক্ডো ধৰিব, আৰু তাৰ সলনি ঈশ্ববৰ ওচৰত =
তোমালোকে দণ্ড নেপাওঁ বুলি নেভাবিবা ৷ ধনরন্র লোকসকল, _ তোমালোকেও আজিবে পৰা উঠ, পূৰ্বৰ cies এৰ'। ; তোমা * লোকৰ ধন মাটিৰ Faw মামৰে নষ্ট কৰিবলৈ নিদিব, কিন্তু দেশত _ বিদ্যা বুদ্ধিৰ নিমিত্তে ধন ভাঙ্গ! ; তেনেহলে আমাৰ দেশ অৱশ্যে সভ্য আৰু জ্ঞানী হব 1”
“দ্বিতীয়তে, হে মোৰ অসমীয়া মিত্ৰসকল, বিদ্যা যেনেকৈ ইহকালত উপকাৰক, আন একে৷ তেনে নহয় | কিন্তু, যদি সভ্য আৰু সুখী হব খোজা, তেন্তে কুবি আৰু শিল্পকৰ্ম্মতো৷ ইংৰাজৰ .. দৰে পাৰ্গত হবলৈ অত] পুৰুষাৰ্থ কৰা। ৷ তোমালে]কে নিচে