— * ১৪6৮5114718.
সেই কালত অসমীয়া ভাষাৰ এটি মাতেন্দ্ৰক্ষণ পৰিছিল। বৃটিছ গৱৰ্ণমেণ্টে যেনেকৈ নিছলা অসমীয়! জাতিটোক মানৰ গ্রাম: পৰা ৰক্ষা কৰিলে, আমেৰিকাৰ বেপ্রিষ্ট মিছনেৰীসকলে তেনেকৈ. অসমীয়া ভাবা আৰু সাহিত্যক TTY অৱস্থাৰ পৰ উদ্ধাৰ কৰিলে ইয়াৰ পূৰ্ব্বে এই উন্নতমন! মিছনেৰীসকলে আধুনিক বঙ্গালী ভাষাৰ ভেটি বান্ধি আহিছে। ১৮৩৬ চনত স্ব্বপ্রথম আমেৰিকাৰ fers ভাক্তাৰ ব্ৰাউন্ আহি অসমত ভৰি দিয়ে। তেওঁলোকৰ উদ্দেশ আছিল, পাৰিলে অসমৰ সীমান্তত দি চীনদেশ প্রবেশ কৰা। * ডাক্তাৰ ব্ৰাউনৰ পাচত ডাক্তাৰ Taya আদি way মিছনেৱী, সকলো অসমলৈ আহে৷ এওঁলোকে শিৱসাগৰত এটি ছাপাখানা খুলি তাৰ পৰা অসমীয়া গ্রস্থাদি গুকাশ কৰিবলৈ ধৰিলে | ১৮৪৬ চনত এওঁলোকে “অৰুণোদয়” নামে এখনি মােলিকীয়া... আনন্দৰাম ফুকনে অতি আনন্দেৰে এই পৰোপকাৰী মিছনেৰী | সকলৰ লগত যোগ দিবলৈ ধৰিলে। তেওঁ “অৰুণোদয়লৈ ৷ প্রৱন্ধাদি লিখি অসমীয়া ভাষাৰ দুৰৱ্থাৰ বিষয়ে ৰাইজৰ চকু , মোকলাবলৈ a9 কৰিলে। এওঁলোকৰ উমৈহতীয়| যত্নত অসমীয় ভাষাই চিৰচহকী শিৰকুটা পুৰণি স্বতন্তৰীয়া ভাব বুলি জগতৰ আগত আগি চিনাকি দিব পাৰিছে ৷ ইমান উৎকট পৰিশ্ৰম আনন্দবামৰ (কামল শবীবে নসহিলে। মৃত্যুৰ কালত তেওঁৰ দেৰকুৰি বছৰ বয়সকে হোৱা নাছিল ৷