সমললৈ যাওক

পৃষ্ঠা:জোনাকী.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হাজী মহম্মদ মহছ্ান | ad

কিন্ত এনে পৰোপকাৰী জীৱন অনিবাৰ্ধ্য মৃত্যুৱে আহি ধ্বংস কৰিলে। বিবাহৰ বছৰচেৰেকৰ মূৰতে মনুজান বিবি অনাথিনী কৰি থৈ চালাভুদ্দীনব মৃত্যু হয়। বিধিৱ| মন্লুজানৰ পানি-প্রাথীৰ ‘অভাৱ নাছিল যদিও তেওঁ জীৱনত আৰু দ্বিতীয় পতি গ্রহণ নকৰিলে। fee বয়স বাঢ়ি অহাত মনুজানে অকলে এই বিপুল সম্পত্তি চলাবলৈ অসমৰ্থ হুল | তেওঁৰ স্নেহৰ ভায়েক মহছীনকে মুচিদাবাদৰ বিচ্যাশ্রমৰ পবা অগত্যা মাতি পঠিয়াবলৈ বাধ্য হ'ল | শাস্ত্ৰাধ্যায়ী ভ্ৰন্মচাৰী হাজী মহম্মদ মহলে মাথোন বায়েকৰ স্নেহত জ্ঞানাজ্জনৰ শান্ভি-আশ্রম এৰি বিষয়ভাৰৰ কঠোৰ পবিশ্রম হাতত লবলৈ আগ বাঢ়িলে। ভায়েকৰ আশ্ৰয়ত বৃদ্ধা মন্ুজানে সুখেৰে ধৰ্ম্ম-চৰ্চ্চ৷ আৰু পৰোপকাৰত জীৱন যাপন কৰিবলৈ ধৰিলে। ১৮০৩ খৃষ্টাব্দত TTA ৮৩ বছৰ বয়সত মৃত্য হয়; অকুত্রিম সোদৰ স্নেহৰ প্রমাণ স্বৰপে সকলো সম্পত্তি ভাব্েক মহম্মদ মহছীনৰ নামে উইল কৰি গল। বায়েকৰ মৃত্যুৰ সময়ত হাজী Fey মহুছীনৰ বয়স ৭৩ বছৰ । তেওঁ অৱিবাহিত আছিল। গতিকে বায়েকৰ লোকান্তৰ হোঁৱাভ তেওঁ একেবাৰে অকলশৰীয়া হ’ল। তেওঁ নিজে অতি (কৌশলেৰে বিষয় চলাবলৈ ধৰিলে । তেওঁৰ নিজৰ ঘৰুৱ| জীৱন একেবাৰে জাক্জমকহীন আছিল। পৰিব্ৰাজক হৈ থাকৌতে তেওঁ ঘি দৰে সৰল ভাৱে জীৱন যাপন কৰিছিল এতিয়াও তেওঁ সেইদৰে শাস্ত্ৰাধ্যায়ী পণ্ডিতৰ দৰে বিলাসশূদ্য জীৱন কটাবলৈ ধৰিলে। ভেও নিজৰ খবছৰ নিমিতে মাথোন ১০*১ টকা ৰাখি

না