হয়! সেইবাবে তেওঁ বৰ সাৱধানে ফুৰিব-চাকিবলৈ ধৰিয়ে ৰজাৰ এটি-ছুটি গুপ্তচৰে তেওঁৰ কাবকে চাপিব নোৱাৰিনে তেতিয়া লৰাৰজা অধিকতৰ সংশয়ী হল ; যেহেতু Peay ৰজা হব পৰা সকলো! ফৈদতকৈ বেচি ক্ষমতাশালী আছিল। | a, ৰজাই ভাবিলে যে, গদাকোৱ'ৰ জীয়াই থাকেমানে তেওঁৰ বাণী নিষ্কণ্টক নহয়। সেইদেখি তেও চৰিরাবিলাকক এই জনা কো বৰ প্রাণ বধিবলৈকে মনে মনে আদেশ দিছিল। গদাপাণি তেভিয নিৰুপায় হল ; ৰজাৰ প্রবল আৰু অসংখ্য চৰিয়াৰ আগত ছে অকলে কেনেকৈ ঠাৱৰিব ! ইয়াৰ একো উপার নাপাই সতী a পত্নী আৰু গণেশ SHES হেন পুত্ৰক ঈশ্ববব ককণাত সমর কৰি তেওঁ ছদ্মবেশ ধৰি নগা-পববতব ফালে আতৰি গল। এ সেই অৱসৰতে লৰাৰজাই গদাপাণিৰ পরী জয়মতীক ধৰাই নানা শাস্তি দি কোৱৰৰ সজ্ভেদ-বাতৰি উলিয়াবলৈ বুকুৰাচোরা চাওডাঙ্গক আজ্ঞা দিলে ৷ নানা বস্বুণা ভুঞ্জিঙ জয়মতীয়ে তেওঁ গৃহস্থৰ বাতৰি কৈ নিদিলে ৷ গদাপাণিয়ে কেনেবাকৈ পত্নীৰ এন; অৱস্থাৰ কথা ভু পাই নৰসাহ দি যন্ত্রণা দিয়া ঠাইলৈ আহিল, আৰু ছেগ চাই তিনিবাৰ জয়মতীৰ ওচৰলৈ গল, কিন্তু মিজৰ চিনাকি নিদিলে। চাওদাংহঁত যাতনা fray ঠাইলৈ আহিলে তেও আতর গৈ একান্ত মনে আৰু বেজাৰেৰে নিজ পাৰ পিনে চাই থাকে।, কিন্তু একোকে নামাতে, মাত দিলেই ৰজাৰ সেনাই চিনি পার? MPSS জীৱনৰ উল্দেশ্য দুপতায়াতে জায় পৰিব৷ তৃতীয়বাৰ ওচৰলৈ যাওঁতে কুর'ৰীরে চিনি পাই কথাৰ ইন্গিতেৰে (কোৱ'ৰক | j
পৃষ্ঠা:জোনাকী.pdf/১২
অৱয়ব