অ"
বৰৈ দুৱসীয়| পালীফুকন। 555
দেখ। নাই ? লাক দিহিঙ্গিৰ সীমালৈকে সকলো লোকজনে আমাক বৰিছে ৷” অসমীয়া সেনাপতি ববৈফুকনদের বাঘমৰাণৰ কথাত ভোল যোরা মানুহ নাঁছিল। ফুকনে কলে,--“স্বৰ্গদেৱ ABTS আছে, তই মৰাণৰ কথাৰে মই তোক বৰিমনে ? মই দিতিজীয়াৰ থৰৰ লবা। এই ward স্বৰ্গদেৱক সেবা কৰিছোঁ, আনক am) কিয় Ay?” gana নির্ভীক বচন শুনি ৰাঘ মৰাণে সসৈন্তে ফুকনক খেদি wife | wana লগৰ সকলো মানুহ দিহিঙ্গে দিপাঙ্গে পলাই ফা মাৰিলে। অসংখ্য শসন্থ মৰাণৰ সন্মুখত বীবদর্পে থিয় হৈ থাকিল Gamal পানীফুকন সেনাপতি, আৰু তেওঁৰ লগত তামোল- কটা লিগিৰাটি । নিৰুপায় হৈ দুয়ে। পিঠিয়া পিঠিকৈ থাকিল। ৰাঘই এইবাৰ ভাবিলে, অকল এক ফুকনে আমাৰ অসংখ্য মৰাণৰ আগত কি তিষ্ঠিব পাৰিব ? এইবাৰ ফুকনে আমাক নিশ্চয় বৰিব। কিন্তু কুকন নির্ববাক্ নিষ্কম্প | ৰাঘই ফুকনক কলে;_"ফকন, এতিয়াও ?” Bara পুনৰ উত্তৰ দিলে, "মই পূৰ্ব্বে বুলিছে, মৰাণ, তোত মই নববো ৷” ফুকনৰ হাতত ধেনু-কীড়, চোকৰ তৰোৱাল আৰু তামোল- কটাৰ দা-বচ্ছি। ইয়াৰে সৈতেই বিচক্ষণ অসমীয়া ৰাজখোৱা আৰু স্বুনিপুণ যুজাৰু দিহিঙ্গীয়াৰ বুঢ়া পানীফুকনৰ পুতেক সমৰ- কৌশলত সুশিক্ষিত বৰৈ দুৱলীয়া পানীককন আক তেওঁৰ