a জোনাকী ।
কথিত আছে, বোলে সেই সময়ত বজাঘবীয়া ফৈ মাজত ঘোৰ অৰিভাব আছিল; কিন্তু গদাকোৱ'ৰে ডেকা: বিশেষ কৌশল আৰু যতনেৰে সেই শত্ৰুতাৰ সামৰণি তুংখুঙ্গীয়া ফৈদৰে সৈতে আন সকলে। ফৈদৰ মাজত মিত্র
মছলমান আক্ৰমণৰ পৰ। অসম ৰক্ষা কৰিব পাৰে তাৰ অহো-পুকবার্থ কৰিছিল ।
আজিকালিৰ দৰে তেতিয়া শিক্ষাৰ সিমান প্রচলন নাছি আহোম পণ্ডিতসকলে ঘৰুৱাকৈ দেওধাই, বাইলুং, মহন লৰাবিলাকক ধৰ্ম্ম আৰু বুৰঞ্জী-বিষয়ক শিক্ষা দিছিল; তৰপৰ বিবয়াৰ সন্তানক, এনে কি কোৱ ৰসকলকে) aif কোৱাকৈ ৰখা! হৈছিল। গদাপাণিয়ে সৰুকালত একো পোৱা নাছিল ; শিক্ষাৰ এনে অভাব হোৱা৷ BA ৫ Says এজন দূৰদশা ৰাজনৈতিক yea হর বাস্তৱতে তেওঁৰ আচৰিত মানিব /লগীয়| প্রতিভাব চি মাথোন ৷
গদাকোৱ'ৰে উপযুক্ত বয়সত বৰৰ্গোহাই পৰিয়ালৰ কুৱৰীক বিয়া কৰার়। এই গৰাকী কুৱ'ৰীক ৰাপ-গুণ কোনেও চেক পেলাব নোৱাৰিছিল। তেওঁৰ সতীত্ব তা! পতিপ্রাণতা জগতৰ আদৰ্শ-স্বৰূপ হৈছে। গদাপাণি অ জয়মতা ছুয়ে! একেটি সাচতে abl ৷ কোৱ'ৰ যেনে সঙ্গ OR বান আৰু নিভাক, কুৱ ৰাও সেই দুই বিৰয়ত আতুলনীয় ত