পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শলাগ লৈছোঁ। এই সমূহ কাৰ্য্য ক্ৰমনিকাৰ মধ্যমণি হ’ল এই সাহিত্য সভাখনিৰ বৰ্ত্তমানৰ সম্পাদক শ্ৰী দ্বিজেন্দ্ৰ মোহন শইকীয়াৰ নামোল্লেখ নকৰিলে আমাক দোষে নিশ্চয় চুব। লগতে শতদল সাহিত্য সভাই গ্ৰন্থ প্ৰকাশৰ আঁচনি যুগুত কৰোতে তথা সম্পাদনা কৰোতে প্ৰাক্তন সহ সম্পাদক আৰু পত্ৰিকা সম্পাদক শ্ৰী প্ৰমোদ কুমাৰ শৰ্মাৰ সহায় সহযোগ ধন্যবাদযোগ্য।

 সদৌ শেষত লেখিকা শ্ৰীমতী মাধন ভূঞাৰ দ্বাৰা ৰচিত শিশু উপযোগী ‘জোনবাইৰ দেশৰ সাধু’ গ্ৰন্থৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিম অনাগত দিনবোৰত সাহিত্যৰ বেদীত তেওঁলোকে এনেদৰেই যেন নতুন নতুন সৃষ্টিৰে পুষ্পাঞ্জলি অৰ্পণ কৰি যায়।

 ভৱদীয়

 কিমধিকমিতি
 জয়তু ভাষা জননী
 ৬ শাওন, ৫৭০ শঙ্কৰাব্দ
 ইং ২৩ জুলাই, ১৯