পৃষ্ঠা:জীবস্তূতি.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

| ( ২৪ ) লম দম আদি যত সমস্ত সাধন সম নৰ দেহ শোভন ইহাতে। তবু নাম মহাজ্ঞান হৃদয়ৰ বাহিৰত পূৰ্ণৰূপে দেখোজ্যে সাক্ষাতে। হেন যদি প্ৰভু ইটো। | গৰ্ভবস নৰকত আছোঁ পৰি পৰম দুখত। তথাপিতো আৰ হন্তে বা হৈতে নোখোজোহে, ৰহে মই তযু চৰণত বাহিৰত গৈলে মোক। | তযু মায়া মুহিবেক, মই বুদ্ধি হৈব মিছা দেহে।। পুত্ৰ ভাৰ্যা বন্ধু যত মোৰ বুলি হৈবে ৰত, সংসাৰে মজিবে। তাৰ স্নেহে। অন মিছা ব্যাপাৰত | আয়ু বৃথা হৈবে হত, | নহিবেক মোহেৰ ভজন। দুৰ্লভ মনুষ্য তনু বিফলে নিয়মে। প্ৰভু হে প্ৰাণ প্ৰভু নাৰায়ণ এহি হেতু নোহে। বাজ | মাৱৰ গৰ্ভত থাকি তোমাৰ চৰণ উপসিবো। সেহি সাধনৰ বলে | সংসাৰৰ যত নৰে আপোনাক আপুনি নিস্তাৰিব।