৭৮ জয় পৰাজয় বা উদয়ব ads
ee eee remem enero === পপি
কঃ জেঃ--( হঁ'হি ) Captain Commanding Officers.— কেপ্তেইন কমাণ্ডিং অফিচাৰ্চ।
(উদয়ে এবাৰ, কেৰাহিকৈ কমাণিত্ৰ ফালে চাই পঢ়ে। পঢ়াৰ শেষত এট| হাহি হাই, বিষাদৰ বেখা আছে তাতো )
কঃ জেঃ-( হাহি ) Good 17018]6.--গুড নাইট । উদ্দ্ম- Good 0181)8.- গুড্ নাইট ।
( কমাণ্ডিং জেনেৰেলৰ প্রস্থান )
উদ্দস্থ৷--( কিতৃষাৰ ভাবত কাগজখন টেৰুলত দলি মাৰি৷ থৈ); উচ্চ পদ-আজি যদি বিজয়া থাকিল-হেতেন। (টেৰুলৰ পৰা এখন কিতাপ লৈ পঢ়ে তাতো যেন নবহে মন। দলিয়াই টেবুলতে থয় )
(কাগজত লিখিব ধৰে ডাঙৰ ডাঙৰ আখৰেৰে যিমান পাকে ধুনীয়াকৈ লিখে--“বিজয়৷” “বিজয়।” একমনে চাই থাকে সেই লিখালৈ। লাহে লাহে যেন আতি আদৰৰ এনে ভাবত সেই কাগঙ্গৰ ওপৰত মূৰ পেলাই বহি থাকে। ভাবটো এনে যে ব্জিয়াৰ ওচৰত যি পাপেহেতেন সেই একে শাসন্তিকেই যেন বিচাৰিছে এই আখৰ কেইটাৰ মাত তেনে এটা ভাৰ)