সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় as cGy

কৰিছো। বিজয়|-বি-জ--য়া-_-! আৰু জানে| তেওঁক, দ্বেখিব পাম কোনো দিন? তেওঁৰ গা--ন--, (ভাবে, এটি এটিকৈ যেন বিজয়াৰ লগত প্রথম পৰিচয়ৰ পৰা সকলো দৃশ্য মনত পবে। সেই দৃশ্যবোৰ চকুৰ আগত যেন ভাহি উঠে। AG, অবস, ব্যথাহত ভাবত গৈ উদয় বিছনাত বহি পৰে। মুখৰ পৰা আপোনা আপুনি: ওলায় ) আই-_ই- (যেন সহানুভূতি বিচাৰি Pastas আৰি থোৱা কালীৰ ছবিখনলৈ একেৰাহে চাই থাকে) (বাহিবত ) লেফটেনেণ্ট উদয়নাবায়ণ ? : উদ্নয়--( চমকি ) Yes sir—Brao, চাবি ( দুৱাৰ মুখলৈ চাই |

(কমাণ্ডিং জেনেৰেলৰ প্রৱেশ)

কঃ জেঃ--( হীহি হ্ান্দচেক দি) How do you do prince ?--হাউ 9 ইউ দু প্ৰিন্স?

উদয়--0. 1. ও, কে, ( বহিবলৈ চেয়াৰ এখন টানি দিয়ে )

কঃ জেঃ Thanks 10009 থেঙ্কচ_ (ARS ।

উদয়--0106 smoke 1)16896,--ওৱান cate প্লীজ্‌। (চিগাৰেট কেচটে| আগুৱাই দিয়ে প্রথমে, পিচত লাইটাৰটে! জ্বলাই দিয়ে, ছুয়ো চিগাৰেট act) উদয়ৰ তেতিয়াও আগৰ ভাব আছে। যেন টাঁকিহে থৈছে )

কঃ জেঃ--]7ন &])])) 20955. হ্যাপি নিউজ ৷ ( GHIA হাতত এখন কাগজ দিয়ে )

উদয়--( খুলি পঢ়িব ধৰে)