সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৬ জয় পৰাজয় বা উদয়ৰ পথত

লিন

উদয়--এখন ৰেকৰ্ড aa | ৰেহেৰা--গান-- ? উদয়_অ'__গান_ভাল গান- ৷

(বেহেবাই চাই-চিতি ভাল গান এটা বজায়, উদয়ে ভাবে আক চাহ খার। চাইতো মন নাই আৰু গানতে AA কোনে৷ মাধুধ্যই নাই এনে ভাব। চাহো খোৱ৷ শেষ হয়, ৰেকৰ্ডৰ গানে| শেষ হয়। বেহেৰাই আন পিঠি বজাৰ খোজে উদয়ে বিৰক্ৰিৰ

Slaw) উদয়--থাক--ন৷লাগে--বন্ধ কৰি থ।

(বেহেৰাই বন্ধ কৰি থয় আৰু আগৰ পৰ| কাপ প্লেট বোৰ নিব আহি)

বেহেৰা--জলপান দেখো নাখালেই চাৰ? উদ্য়--( বিতৃষ্ণাৰ ভাবত উঠি) যা- লৈ-যা- |

( বেহেৰাই ভাবে কিজানি কিবা বেয়াকৈয়ে দিলে| এনে ভাব। অলপ ভয়ো, তেনে ভাবত সেইবোৰ লৈ যায় )

4 উদ্য়-কতো| শান্তি নাই--কি যে এটা অব্যক্ত যন্ত্রণা অনুভব

৮৮