সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অঙ্ক ৭১ পপর পপ সপ sana, পৃথ্থী_সাবধান উদ্ধত যুৱক-- অভ্জিভ--উদ্ধত যুৱক নহয় তোমাৰ মহামান্য প্রভূ বেতন-

ভোগী ভূতা মই তোমাক ৰুজাই দিম_নিমখহাৰাম বেইমানৰ স্থান ক’ত আক কি শাস্তি তাৰ প্রাপ্য। সৈনিক শৃঙ্থলিত কৰ।

( সৈনিক আগুৱাই, পৃর্থীনাৰায়ণে অন্ত তোলে। অজিতে বাধা দিয়ে-- উভয়ৰ বুদ্ধ। পূদ্বানাৰায়ণ পলায় )

অজিত --পশণ্চাংধাবিন কৰা সৈনিক-ইয়েই চন্দ্রগিবীৰ ভাগ্যা- কাশৰ কাল ৰাহু-তাক পলাব নিদিবা-- ৷

(প্রস্থান )

তৃতীয় দৃশ্য

— নগৰৰ আলিবাট — (গছৰ তলত পথশ্ৰমত ক্লান্ত হৈ বিজয়া)

বিজয়|--কিমান দিন হৈ গ'ল যুব্বাদবতো কোনো সন্ধানেই নেপালো-কলৈ গ’ল কিয় বা গ’ল এনে ভাবে. একোৱেইতে| ভাৰি নাপাওঁ ? ডাঙৰ মানুঙৰ ভাল পোৱা এনেকুরাই_-যাক-_ কিয় ভাবে| --মোৰ কথা কোনে ভাবিছে? যাবৰ সময়তো কৈ যাবও পাৰিলে হেতেন--