দ্বিতীয় অঙ্ক ve সপ cae কন তাও ০৩ পল উদয়--( মুখত যেন আশাৰ পোহৰ ফুটে ) মই বাম ay বিদ্ছা-যুদ্ধন
উভয় শিক্ষাই হব একে লগে। বাঃ কি সুন্দৰ পথ। ধন্যবাদ জননী_ সহজ ধন্যবাদ তোমাৰ কৰুণ|ক--শক্তিময়ী মোৰ এই যাত্ৰ৷ সফল sa) |
( ভিতৰত-- ৰতনপুৰ জানেৱালে--বিক্ৰমপুৰ কানেবালে__ আও--জলদি আও-_গাড়ীকা টাইম হো গয়া, হৰ্ণ)
উদয়_সেইয়া-_লৰি আহিছে_| (-যাৰ খোঁজে ) ( দেৱেন, মীৰা আক ৰতনৰ প্রৱেশ )
,দেৱ--দাদ|--দাঁদ!|--
মীৱ|--যুৱৰাজ--- {( দেৱেন আৰু মীৰা gral সাৱটি aca)
ৰভন--হেৰ -নিষ্ঠ,-এনেদৱে যাব ওলাইছ ফিৰি বল-- তোৰ যোৱা নহব |
উদয়--নহয়- ৰতন--মই যাম৷
দেৱ--যাব| ? মই তোমাক বান্ধি লৈ যাম। ধুৰ বহন ককাই।
উদয়_দেরেন! ভাই! (কোলাত লৈ pa খায়) মীৰা! ( ates ধৰি মূৰত হাত বলাই) বতন ককাই যোৱা তোমালোক | প্রাসাদৰ fae নিশ্বাসন মোৰ উশাহ বন্ধ হৈ যায়।
মীবামোক সেই বিষৰ মাজত পেলাই তুমি অকলে গুছি
স যাব|? জানা মোৰ লগত তোমাৰ কি সম্বন্ধ?
উদয়-জানে| মীবা! - কিন্তু -- |