ঙ২ জয় পৰাজয় বা উদয়ৰ পথত ০০০০০
হাৱাল--( ইতস্তত কৰে)
ay— | BHA. আহা-বন্ধু |
এই দুনীয়াত সৰু ডাঙৰ cattay নাই-_ উচ্ছ নীচ নাই- সকলো এক বিশ্ব-পিতাৰ স্থষ্ট মানৱ | (আলিঙ্গন, হাৱালদাৰব প্রদ্থান ) কাঃ বিঃ--বাবু-- | পইচা--। উদয়--এই লোৱা —( কাগজ বিক্রেতাই চৈধ্য অনা ফিৰাই দিয়ে) কাঃ বিঃ চাই হিন্দুস্থ।ন-- দৈনিক বস্তুমতী-_ $ (প্রস্থান )
(এজাক মগনীয়াৰ প্রৱেশ)
মগলী়।_বাবুজী! ভিন্গ|--এটা পইচা, বাবুজী-_তিনি দিন খোৱা নাই বাবু ।
উদয়--( সকলো কেইটাৰ মাজত ভগাই দিয়ে সেই চৈধ্য অনা পইচা। পক্টেৰ পৰা টকা দুটা উলিয়াই এবাৰ চাই এটা বিষাদৰ হীহি হাহে ) এই- মোৰ সম্বল-- (মাকৰ অন্তিনৰ দান ছৰিখন লৈ চাই) তুমি মোব__জননী!. তুমি মোৰ প্রধান সহায়-_শ্রেষ্ঠ aga ( মূৰত লগাই পান, ওপৰৰ ফালে চাই ) জননী! স্বৰ্গৰ পৰ আশাৰ্বৰাদ
খান সেয়ে হাক মোৰ অক্ষয় কবচ--অতুল as | CAA কাগলত পালে-__'08760 Soilders and edu-
cated healthy Military Officers ”