দ্বিতীয় অঙ্ক ৬১
মি ৮,৮৮4 VeDereneeeDeseDesenoeene
হাৱাল--( চিন্তান্বিত ভাবে, ala মুখে) কিমান টকাব দৰ্কাৰ
এট দাসেই-- বাৰু অলপ অপেক্ষা
(প্রস্থান)
উদদর_ ইয়াকেই বোলে নিয়তীৰ বিধান। ( হুমুনীয়াহ, পদচাষণ ) ( হাবালদাবৰ পুনৰ প্রবেশ)
হাবাল_প্রাণদাতা__প্রভ ! মোৰ ইমান দ্িনৰ--সঞ্চিত এই ক্ষুদ্ৰ আর্থ যদি আপোনাৰ কোনে! উপকাবত আছে তেনেহলে মই নিজকে ধন্য মানিম। গ্রহণ কৰি মোক কৃতাৰ্থ কৰক-- ৷
উদয়--(স্বগত) ই গৰীাব-হয়তে| মোক উপকাৰ কৰিবলৈ গৈ স্রী'পুত্ৰৰ সৈতে--শুকাই নৰিব। (প্রকাশ্যে) হারালদাৰ মোক মাত্র তিনিটা টকা দিয়া। তাৰেই মই খেলিম মোৰ ভাগাৰ খেলা ৷
হাৱাল--মাথো তিনি টকা?
উদয়--এৰ৷-- সেয়ে মোব বথেষ্ট হৰ |
( হাৱালদাৰে টকা তিনিটা দিয়ে )
উদয় _তেনেছলে যোৱা বন্ধু৷ বদি কোনো দিন কিৰে!-- তেনেহলে এই খণ পৰিশোধ কৰিম--নহলে পৰ-জনমত দিম। যোৱাৰ পূৰ্বেৰ এবাব আলিঙ্গন দিয়া ৷