এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
bo জয় পৰাজয় বা উদয়ৰ পর্থত
০ HOE EEE ৭ এ আে৮০৭ KDI SE TSO
বিক্ৰেতাৰ প্রৱেশ )
কাঃ বিঃ-বাবু! খবৰৰ কাগল লাগে? হিন্দুপ্থান__বন্থমতী_ যুগান্তৰ --আসাম টিবিউন সকলে| আছে লাগে?
উদর--এখন আনাম টি বিউন-- (কাগজ হাভত লৈ উদয়ে স্বাভাবিক ভাবে cris হাত ভৰাই, পিচত ম্লান মুখে হুমুনিয়াহ কাঢ়ি--হাঁতৰ হাঁৰ৷ খটোৱা আঙ,ঠিটোব ফালে চাই) পইচা অলপ পিচত নিব| ।
ৰাঃ বিঃ--ভাল-- (কৈ যায়) চাই--হিন্দুস্থ৷ন-- দৈনিক agadt --যুগ|ন্তৰ--আসাম টিবিউন_ দেশ ৷ ( ga লগাই কৈ কাগজ বিক্রী কৰে)
প্রস্থান)
উদদয়_-আজি মই fe হস্ত--দুই আনা পইচ। সিও carts
ale |
( হাতৰ আঙ্ঠিটো খুলে এনেতে হাৱাধদাবৰ প্রৱেশ)
হাৱাল--পণাম--য়ুৱব।জ4 = ( আঠু লয়)
উদয়_হারালদাৰ ! এই আঙঠিটো বিক্রী কৰি যি টকা পোৱা লৈ আহা।
হাৱাল--( আচৰিত ভাবে) যুৱৰাঁজ--- |
'উদ্য়--আজি মই যুরবাজ নহয়--যোৰর| বন্ধু-_-মোৰ টকাৰ দৰ্কাৰ ।