সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রথম অঙ্ক ee

উট...

অভিসত_ তৈডে__ ৷

উদয়__স'চা?

অভ্দিভ-সঁচা।

উদ্য়--তেনেছগলে--ক, ভবিষ্যতে এনে কাম নকৰে| |

অজিভ _ভবিষ্যতে এনে কাম নকৰো। ( অজ্তিৰ দুচকুৱেদি পানী ওলায় )

উদয়- ( চকু-পানী মচি দি সিংহাসনত বহুৱাই দিয়ে) সিংহাসন তোৰ-- আৰু এটা কাম বাকী আছে। সৰু আই! এইবাৰ তোমাৰ পাল৷। সিংহাসন তুমি নোপোয়া-- আমি আই বুলিডে|---ৰাজমাতা-_ ইমানেই যথেষ্ট, কিন্তু-_ fa কুকৰ্ম্ম কৰিছা তাৰ শাস্তি লব লাগিব। শাপত aai—( ভিতৰলৈ যাব খোজে )

সত্য — (স্বগত) সর্ববনাশ__সকলো প্রকাশ হয়। (প্রকাশে হেষ কোন আছ --ৰক্ষ| কৰ--এই মাতালৰ হাতৰ পৰা মোৰ Bese বক্ষাকৰ। হেৰ কোন আছ?

( ইন্দ্ৰনাৰায়ণৰ প্রৱেশ ) ইন্দ্ৰ-ভয় নাই__ভয় নাই-- | উদয়--কি--ইম|নি--চয়তানী--শপত কৰা, পিতাৰ ভৰিত ধৰি শপত কৰ|। নহলে-- (বন্দুক তোলে) ইন্দ্ৰ --সাবধান--পশু--। উদয়--নহয় পিতা! এওঁ শপত কৰিবই লাগিব। নহলে মই গুলীয়াই মাৰিম ।