৫৪ জয় পৰাজয় ব1 উদয়ৰ পথত
তিতি-----পসি-ত------প--"--"-=>--=--=সসিততঞদতচ০০০০০০০==% (টানি নি সিংহাসনত্ত বহুৱাই দিয়ে) আ’- নহুয়--নছয়-- তোৰ মনটো বৰ কলুষিত হৈ আছে--এই পবিত্র সিংক্সনত বহাৰ পূৰ্বেৰ তোৰ কৃতকৰ্ম্মৰ প্রায়শ্চিন্ত celal উচিত। (টানি তুলি ) এই সিংহাসনৰ তলত নতজামু হৈ প্রতিজ্ঞা কৰ যে ভৱিষ্যতে এনে কাম নকৰে৷, ( অলিতে এৰাই যাব খোজে) সেইটে| নহৈছে-- ধন কানত্ত--ধৰ--কি (গালত ধৰি জোকাবি দিয়ে) ধৰ-- নহলে (Sa দেখাবলৈ বন্দুক তোলে )
( অজিশে প্রাণৰ ভয়ত কানত ধৰে!
উদ্য়--ক’--মই--হোৰ--কোন ?
অফঙ্সিত-দা--দা-- ।
উদয়--আৰু-তই--মোৰ ?
অজ্িত-ভাই--।
উদয়--আি দুয়ো এক পিতাৰ ওঁৰসজাত এক জননীৰ গর্ভ- জাত স্তন-দুগ্ধত পৰিবদ্ধিত সন্তান নহয় জানে৷ ?
অজ্সিত--হয়-_
উদ্যয়--মোৰ দেহৰ প্রতি অনু-পৰমাণুত যি তেজৰ সোঁত = বৈছে--সেই একেই তেজৰ TIS জানে| তোৰ ধমনিতো প্রৱাহিত নহয়?
অজিত--হয়-- |
উদয়--এতিয়া জ্ঞান হৈছে কি অন্যায় কৰিছিলি ?