সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় অন্ধ ৫৩

সি লভ stones oe Spee পঞ্চম দৃশ্য — চন্দ্ৰগিৰীৰ বাজপ্রাসাদ ==

{ চিন্তাব্বিত alee আৰু সক ৰাণী )

অজিত--গুলী-নালাগিল__

সত্য-_সেই__হারালদাৰ ?

অজিত--তাক বন্দী কৰি গুলী কৰিব খুজিছিল ।

সত্য_গুলী কৰিছে?

অভিত-কব নোরাবে__বন্দুক হাতত লোৱা দেখিয়েই মই দূৰৰ পৰাই পলাইছে। ৷ চু

সত্য--এতিয়া উপায়? যদি সকলো! প্রকাশ হয়।

অভিত-_সেয়েতো কি কৰা যায়_ (হঠাত বুববাজৰ প্রৱেশ )

উদ্য়_শ্গিঠ -! awe আই--! .( দুয়ো পলাব খোজে উদয়ে অজঙ্িত্ৰ কানত ধৰে -সৰু ৰাণীৰ হাতত ধৰি টানি আনে) শহা আই! আজি মই তোমালোকৰ বিচাৰ কৰিম--মীৰা ক’ত? মীৰা--_, দেৱেন । মীৰাক মাত। ( দেৱেন ভিতৰলৈ যায়) সৰু আই! ঠিয় হৈ মোৰ বিচাৰ চোৱা! ‘পলালে সকলো মৰিবা। অজিত! মুখ--সিংহাসন যদি লাগে cate নকলি কিয়: