৫০ জয় পৰাজয় সা উদয়ৰ পথত
পপ ৯৯৯ ------ ০
কথ।। ক--ক-_ কিয় এই কাম কৰিছিলি ? নঙলে মই তোক গুলী কৰিম। (গাব কাপোৰেৰে দুহাত বান্ধে। বন্দুক তুলি লৈ) ক--যদি বাচিন cama কিয় এই গুপ্ত ঘাতকৰ কাম কৰিছিলি?
হাৱাল--(ভৰ্তি পৰি) সঁচা কৈছে৷ যুৱৰাঙ্গ তেওঁলোকে মৌক উত্তেজিত কৰিছিল। সিদিন! যে মোক চাবুকেৰে মাৰিছিল মই আপোনাক নিচিনো যুৱৰাজ! ভাবিছিলো আন কোনোঁবা--তেওঁলোকে আপোনাক চিনাষ্ট দিছে__ cate প্রলোভন দেখুৱাইছিল উচ্চ পদ -প্রচুৰ ধন দৌলতৰ ; এই কাম নকৰিলে মোৰ জান যাব বুলি ভয়ো দেখুৱাইছিল যুৱৰাজ! মই মুৰ্খ মানুহ, কি ভাবি যে কৰিলে৷--মোক ক্ষমা কৰক- প্রাণে নামাৰিব।
উদয়_ মোৰ মৃত্যুত সিহতৰ লাভ ?
হারাল _সিংহাসন -আৰু মীৰ! কুমাৰক লাগে “Dal আৰু সিংহাসন | সৰু ৰাণীকো লাগে সিংহাসন।
উদয় _হাঃ_হাঃ__হাঃ মূৰ্খ সিহঁত। জননী! এয়ে তেনেহলে মোৰ পথ? বাক যোরা তুমি মুক্ত.
হারাল--আজীরন মই আপোনাৰ দাস। কিন্তু যুরৰাজ শাপোনাৰ বিৰূদ্ধে অন্তঃপুৰ ভীষণ ষড়যন্ত্ৰ চলিভে সাৱধানে চলিব | প্রয়োজন হলে এই দাসক স্মাবণ কৰিন। (প্রণাম)
উদয়--বাৰু--ষোৱ|---
( হারালদ|বৰ প্রস্থান )