দ্বিতীয় অঙ্ক ৪৯
শপ এক eens came কৰ ৯ কলি এসসি ee
দিন কটাম? মীৰাক বিয়া কৰাম নে বিজয়াৰ গান শুনি «ifs কাল যাপণ কৰিম ? যি উচিত সেই পথে তুমি মোৰ মনক চলাই নিয়া ।
( একেথৰে বেদীৰ ফালে চাই থাকে । পিচ পিনৰ পৰা
সত্যভামা ও ৰায়ণৰ প্ৰৱেশ লগতে হাৱালদাৰ ) অজিত -"দেখিছ ? খুন হুটিসাব_ ( হাৱালদাৰৰ হাতত বন্দুক তুলি দিয়ে ) সত্য _কার্মা পিন্ধি হলে পদোন্নতি--আৰু যথেস্ট পুৰস্কাৰ বুজিছ। { প্ৰস্থান ) * হারাল -( স্বগত ) টম'ন দিনৰ প্ৰতিশোধ পূৰ্ণ হন। যুৱৰাজ সিদিনাৰ চাবুকৰ কোবৰ প্ৰত্যান্তৰ দিম আজি গুলীৰে।
(বন্দুক তুলি লৈ গুলী কৰে লগে লগে যুৱৰাজে প্রণাম কৰে। গুলীটো পিঠিৰ ওপৰেদি যায়। তাৱালদাৰে পুনৰ গুলী কৰিব খোজে ) উদয়--ই- কি--( লৰি গৈ ধৰে ) ক’-ক’ নবাধম কিয় এই কাম কৰিছিলি? হাৱাল--কুমাৰ অজিতনাৰায়ণ আৰু সক ৰাণীৰ আদেশত--| (উদয়ৰ সুখ বিস্মিত আৰু ল্লান হৈ যায় যেন সৰ্ব্বাঙ্গ শিথিল। এটা খেলিমেলি ভাব-_সত্য নে সপোন? পিচত নহয় সম্পূর্ণ অসম্ভৱ — মিছ। ৰুদ্ৰমূৰ্তি ) উদয়--গঙ্গিত আৰু ns আইৰ আদেশ নহয়-__নহয়-__ই fas} —8