সমললৈ যাওক

পৃষ্ঠা:জয় পৰাজয় আৰু উদয়ৰ পথত.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

88 ভয় পৰাজয় বা উদয়ৰ পথত

ইউ

অজিত-কি ভাবিছে? পৃথ্বী-ভাবিছো উদয়নাবায়ণ__কিমান, নীচ, আক সি হব চন্দ্ৰগিবীৰ বভা। বাক-_তোমালোকে পদত্যাগ কৰিব খোজা কিয়? হাৱাল--দিনে বাতি মদৰ নিচাত মাতাল হৈ পহুবাদাববোৰক অনাহকড মাৰপিট কৰে। পৃথ্থী_তোমাধতো। সহোদব__তুমি নামানা কিয় ? অজিত-_উদয়নাবায়ণ সিংহাসনত বহিলে চন্দ্রগিবীৰ অতীত গৌৰৱ লুপ্ত হব। পৃথ্থী_হু_একাট্য যুক্তি, বিৰাট--আয়োজন | (স্বগত) আৰু এই আয়োজনৰ উদ্দেশ্__উদয়নাবায়ণৰ পতন-_কিন্তু নি Age কাৰ ? মোৰ নে--ঘৰভেদী বিভীষণৰ, নে ৰ কালভূঞগিনা কেকেয়াৰ ? কঠিন প্রতিযোগিতা--যথেষ্ট চিন্তাৰ প্রয়োজন। অজিত--কি ভাবিছে? পৃথণী--ভাবিছে| চন্দ্ৰগিৰাৰ ৰাজবংশভ কিয় এনে কুলাঙ্গাৰ জন্মিছিল। যদি উদয়নাৰায়ণ যুরবাজ নহৈ অজিতনাৰায়ণ হ'লহেতেন, আৰু এই অজিতনাৰায়ণৰ জননী যদি এই স্নেহশীলা সৰলা মতাভামা হ'লহেতেন। সত্য-- সতাভামাই অজিতনাবায়ণৰ জননী, পুত্রহীনা কাঙালিনীৰ অজিতনাবায়ণে স্নেহৰ দুল৷ল--বান্ধক/ৰ অরলন্বন__ 1