৪২ য় পবাজয় বা উদয়ন পথত
এ ৮-প-৬।৬-০০।৯-৬০,
শপ পাশ ( সত্যভামাৰ প্রবেশ )
ত্য_নিশ্চয়, এই অপদাণ, চৰিত্ৰগীন--উদয়নাৰায়ণতকৈ বৰং যোগানাৰায়ণে উপযুক্ত হব। ৰজা শোকত আকুল, FSCS অন্ধ, সেয়ে দেখা নাই তাৰ FAS বাজ- প্রাসাদত বেশ্যাৰ আমদানী, আৰু এই. ব্েশ্যাসক্ত--- মদপীৰ হাততেই ৰজাই তুলি দিছে cae শাসনৰ ভাৰ ।
পৃথণ--(স্বগত) opine? মদপী ? উদয়নাবায়ণৰ চৰিত্ৰতে| ইমান কলুঘিত নহয় _ভু_-সত্িনীৰ জ্বাল৷,-_বিমাতাৰ দংশন (ges আশাৰ পোহৰ ফুটি উঠে) কিন্তু যোগানাৰায়ণে Bigs হন? (ভাবি) কাৰোাদ্ধাৰৰ ফন্দি। বা- কু । মহাৰাণী!
সভত্য--মহাৰ|ণীতো মই নহয়।
পৃথণী _ৰাণী লগ্ষীদেৱী মৰিছে, এতিয়া__আমালোকৰ মহাৰাণী সতাভামা।
অত্য_নহয় _বাণীৰ আসন এনিয়া ar) মহাৰাজে কৰ্ম্মৰ পৰা অন্সৰ লৈছে।
পৃথটী_তেনেহনো বজা?
সত্য- উদয়নাবায়। আক ৰাণী হব এবছৰৰ মুৰত মীৰা।
পৃ্থী_দববাৰ হৈ গ'ল-- মইতো কোনো খববেই-_
সত্য-__মাতৃৰ অঙ্গশৌচৰ বাবে স্থগিত আছে। বছৰান্তে মীৰাৰ লগত উদ্বয়ৰ বিয়া, লগতে দৰবাৰ ।